Assamese Song: Rang
Rang Rang Bhara
Album: Rajanigandha
Singer: Dipen
Baruah,Mitali Chowdhury & others
Director: Prafulla
Baruah
Music Director: Kumar
Ranjan
Lyrics: Nagen
Bora
Year: 1981
নাৰী :- লা...লা-ৰা-লা লা-ৰা-লা লা লা...
লা-ৰা-লা লা ...!
লা ! লা.. লা-ৰা-লা...
এহে ৰং ৰং, ৰং ভৰা মন ফাগুণৰ
(হে) জিৰ
জিৰ, জিৰ জিৰ, জুৰ বতাহৰ
সুৰে সুৰে,
ভৰি পৰে, এইখন সোণালী !
এই মন
জোনালী !
হাঁহি
হাঁহি নাচি নাচি উলাহৰে লৰি লৰি
আহাঁ না !
পুৰুষ:- আহাঁ
ৰং ৰং ,ৰং ভৰা, মন ফাগুণৰ
জিৰ
জিৰ, জিৰ জিৰ, জুৰ বতাহৰ
সুৰে সুৰে,
ভৰি পৰে, এইখন সোণালী !
এই মন
জোনালী !
হাঁহি
হাঁহি, নাচি নাচি, উলাহৰে লৰি লৰি
আহাঁ না !
নাৰী :- এই মন,
এইখন মোহনীয়া
এই
ৰূপ, যৌৱন দুদিনীয়া
হিয়া দিয়া, হিয়া নিয়া, জ্বলে কল্পনাৰে
পুৰুষ:- জুই
জুই, জুই জ্বলে,
জুই কলিজাৰ [নাৰী:- আহা...
(আলপ)]
মৌ-সুধা
পান কৰা, কাম প্ৰিয়া নাই
উন্মন
যৌৱন ক্ষণ যায় উকলি
মন
যাৰ মুকলি
হালি
জালি, হিয়া ধালি
পেটিকোটাত
সানি সানি দিয়া না
নাৰী:- আ..
ৰং ৰং ৰং ভৰা মন ফাগুণৰ
(হে) জিৰ
জিৰ, জিৰ জিৰ, জুৰ বতাহৰ
সুৰে সুৰে
ভৰি পৰে, এইখন সোণালী !
এই মন
জোনালী !
হাঁহি
হাঁহি, নাচি নাচি, উলাহৰে লৰি লৰি
আহাঁ না... !
জোন
জ্বলে, তৰা জ্বলে, আকশতে !
প্ৰেম
জ্বলে, আশা জ্বলে, সেই পাৰতে
ফুলে
! ফুলে ! সানি ফুৰে, কিনো বিচাৰিছে !
পুৰুষ:- জাক
! জাক ! জাক! জাক পখিলাৰ [নাৰী:- লা- লা]
উৰি
উৰি, ঘূৰি ঘূৰি, ফুল চুমি যায় [নাৰী:- লা- লা]
সুৰে
সুৰে, ভৰি পৰে,এইখন সোণালী,
এই মন ৰঙালী
কিনো জ্বলে উমি উমি
হিয়া মোৰ জুমি
জুমি চোৱা না !
চোৱা
না
!
দুয়ো :- ৰং
ৰং,
ৰং ভৰা, মন ফাগুণৰ
(হে) জিৰ
জিৰ, জিৰ জিৰ, জুৰ বতাহৰ
সুৰে সুৰে,
ভৰি পৰে, এইখন সোণালী !
এই মন
জোনালী !
হাঁহি
হাঁহি, নাচি নাচি, উলাহৰে লৰি লৰি
আহাঁ না.. !
পুৰুষ:- আহাঁ
ৰং ৰং, ৰং ভৰা, মন ফাগুণৰ
নাৰী :- এহে ৰং ৰং, ৰং ভৰা, মন ফাগুণৰ.....
পুৰুষ:- ৰং
ৰং, ৰং ভৰা, মন ফাগুণৰ
নাৰী :- ৰং
ৰং, ৰং ভৰা, মন ফাগুণৰ....
পুৰুষ:- ৰং
ৰং, ৰং ভৰা, মন ফাগুণৰ
নাৰী :- ৰং
ৰং, ৰং ভৰা, মন ফাগুণৰ ... ৷৷
বোলছবি/এলবাম: ৰজনীগন্ধা
গায়ক/গায়িকা: দ্বিপেন
বৰুৱা, মিতালী চৌধুৰী
আৰু লগৰীয়াসকল
কথা :- নগেন বৰা
পৰিচালক :- প্ৰফুল্ল বৰুৱা
সংগীত পৰিচালক: কুমাৰ
ৰঞ্জন
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত শইকীয়া)
No comments:
Post a Comment