Assamese Song: Moha
Muho Pongko
Album: Shakuntala
Aru
Shankar
Josheph Ali
Singer: Dwipen
Baruah and Jayanta Das
Director: Nip Baruah
Music
Director: Ramen Baruah
Year: 1984
পুৰুষ:- মহা…
মোহ পঙ্ক…
মহা মোহ
পঙ্ক
কৰিলোঁ
শঙ্কৰ....
নিজ গুণে,
আহি
দুয়ো :- তুমি
উদ্ধাৰা বাপ হে
পুৰুষ:- মহা
মোহ পঙ্কজ
দুয়ো :- কৰিলোঁ
শঙ্কৰ....
মহা
মোহ পঙ্কজ
কৰিলোঁ
শঙ্কৰ....
নিজ গুণে !
আহি তুমি
উদ্ধাৰা
বাপ হে
মহা
মোহ পঙ্কজ
কৰিলোঁ
শঙ্কৰ....
পুৰুষ:- অ’......!
চকু
থাকি নেদেখিলোঁ
তোমাৰ
আকাৰ.........!!
হৃদয়ত
নভৰিলোঁ
স্বৰূপ
তোমাৰ....
চকু
থাকি নেদেখিলোঁ
তোমাৰ
আকাৰ.........!!
হৃদয়ত
নভৰিলোঁ
স্বৰূপ
তোমাৰ....
দুয়ো :- স্বৰূপ
তোমাৰ..!
পুৰুষ:- অ’
মালা বুলি আঁৰি ললোঁ
দুয়ো :- কিযে
কাল সাপ হে…
নিজ গুণে আহি
তুমি
উদ্ধাৰা
বাপ হে
নিজ গুণে আহি
তুমি
উদ্ধাৰা
বাপ হে
পুৰুষ:- অ’......!
অজ্ঞান
আন্ধাৰে গুৰু
ঢাকি ধৰে বা.........ৰ !!
সবাতে
ফুৰিছোঁ ভ্ৰমি
চেতনা
নাই গা...ত.
অজ্ঞান
আন্ধাৰে গুৰু
ঢাকি ধৰে বা.........ৰ !!
দুয়ো :- সবাতে
ফুৰিছোঁ ভ্ৰমি
চেতনা
নাই গাত...
চেতনা
নাই গাত
পুৰুষ:- অ’
জ্ঞান দিয়া গুৰু আজি
দুয়ো :- গুচাওঁ
মনৰ পাপ হে...
নিজ গুণে
আহি তুমি
উদ্ধাৰা
বাপ হে
মহা
মোহ পঙ্কজ
কৰিলোঁ
শঙ্কৰ.... ৷৷
বোলছবি/এলবাম: শকুন্তলা
আৰু শংকৰ জোচেফ আলি
গায়ক/গায়িকা: দ্বিপেন
বৰুৱা আৰু জয়ন্ত দাস
পৰিচালক : নিপ বৰুৱা
সংগীত পৰিচালক: ৰমেন
বৰুৱা
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত শইকীয়া)
No comments:
Post a Comment