Assamese Song: Probhu
Mor Tumiye Srojila
Album: Bhaiti
Singer: Arati Mukharjee
Music Director: Ajit Singh
Year: 1972
প্ৰভু মোৰ.. !
তুমিয়েই
স্ৰজিলা...
এই
জীৱৰ...
সংসাৰ...
প্ৰভু মোৰ
তুমিয়ে
স্ৰজিলা
এই
জীৱৰে সংসাৰ
প্ৰভু মোৰ !
তুমিয়ে
কৰিবা তাৰ
পাপী
তাপী উদ্ধাৰ
হে প্ৰভু মোৰ
তুমিয়ে
স্ৰজিলা
এই
জীৱৰে সংসাৰ ৷
-
চকু মেলি
চোৱা
প্ৰভু
তুমি
আছাঁ ক’ত !
চকু মুদি
চাওঁ
তোমাক
আছাঁ অন্তৰত
অন্তৰ্যামী মোৰ প্ৰভু
দয়াৰে
আধাৰ..
দয়াৰে
আধাৰ..
হে প্ৰভু মোৰ..
তুমিয়ে
স্ৰজিলা
এই
জীৱৰে সংসাৰ ৷
-
অবোধ আমি
অপৰাধী
!
দিয়া
সুমতি..!
তোমাৰ পোহৰ
অবিহনে
নাই আমাৰ গতি
কৰিছোঁ কাকুতি প্ৰভু
গুচোৱা
আন্ধাৰ...
গুচোৱা
আন্ধাৰ...
হে প্ৰভু মোৰ
তুমিয়ে
স্ৰজিলা
এই
জীৱৰে সংসাৰ ৷৷
বোলছবি/এলবাম: ভাইটি
গায়ক/গায়িকা: আৰতি মুখাৰ্জী
সংগীত পৰিচালক: অজিত
সিংহ
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত শইকীয়া)
No comments:
Post a Comment