Assamese Song: Bai
Jao Bai Jao
Album: Rajanigandha
Singer: Suman
Kalyanpur and others
Director: Prafulla
Baruah
Music Director: Kumar
Ranjan
Lyrics: Nurul
Haque
Year: 1981
নাৰী :- অ’….(আলাপ)
-
পুৰুষসকল: এ
বাই যাওঁ বাই যাওঁ ধিন তাহা
এ ভূৰটোকে মাৰি যাও ভূৰ তাহা
এ
লুইতৰ বুকুভৰা পানী !
এ
আহানীকো বন দিছে আনি !
এ
লুইতৰ বুকুভৰা পানী …
জীৱন
বোৱাই যায়, সপোন বিলাই যায় [নাৰী : অ’...
(আলাপ)]
জীৱন
বোৱাই যায়, সপোন বিলাই যায় [ ঐ ]
জীৱন
বোৱাই যায়, সপোন বিলাই যায়
যায় যায় যায় যায় যায়
-
নাৰী :- অ’..
চেনাই !
আমাৰ গাঁৱেখনি !
সবাতকৈ শুৱনি !
চালেনো চকু ৰোৱা চেনাই !
দেৱতাই গঢ়ি যোৱা
পুৰুষসকল:- যায় যায় যায় যায় ধিন তাহা
এই ভূৰটোকে মাৰি যাও ভূৰ তাহা
-
পুৰুষ:- অ’
লুইতৰে... পাৰৰে..
শাৰীকৈনো, চাংঘৰে..
-
পুৰুষসকল:- অ’
লুইতৰ পাৰৰে শাৰীকৈ চাংঘৰ !
নাৰী :- যুগমীয়া
হৈ আছে...
পুৰুষসকল:- মাটিয়েই
জীৱনে
সাবতা সাবতি
নাৰী :- ৰঙতে মন মোৰ নাচে...!
-
অ’..
আমাৰ, চেনেহৰ পথাৰত
ফুল
ফুলে হেঁপাহত
ভড়াল উপচি পৰা আমাৰ
চোতাল হাঁহিৰে
ভৰা ..
-
বিহুটি
আহিব
পুৰুষসকল :- ধাকে-নাকে-নাকে-
ধিন, ধিনা
নাৰী :- ঐ গঞাইনো হাঁহিব
পুৰুষসকল :- ঘ্ৰিন
তাও ঘ্ৰিন তাও ঘ্ৰিনা
নাৰী :- ঐ বিহুটি আহিব !
গঞাইনো হাঁহিব
মৰম
এনাজৰী
কোনেনো
চিঙিব
-
নাৰী :- অ’….(আলাপ)
-
ফুলামকৈ গামোচা বৈছোঁ, মাকোঁটিকে লৈ
আমাৰ
মনৰ কথাটিকে সখীক ক'মেগৈ
হাততে জেতুকা লগাই তোমালৈকে ৰৈ
হেঁপাহ
পুৰাই নাচিম বুলি ব’হাগীতে ঐ..
ব’হাগীতে
ঐ, ব’হাগীতে ঐ...!
-
অ’
সখীৰে... সখী !
পিৰিতিৰ যৌৱন দিনে, হাৰিয়াহা
নাই যাবি ৰে..
ঝুমুৰেৰ সুৰে সুৰে, হিয়া
মোৰ কঁপাই দুলে.. হে হে
মাদলেৰ তালে তালে ৰে হে হে
কহিব হামাৰ চবেৰ দিলেৰ
কথা ৰে
পুৰুষসকল
:- কহিব হামাৰ চবেৰ দিলেৰ কথা ৰে [নাৰী : অ’...
(আলাপ)]
কহিব হামাৰ চবেৰ দিলেৰ
কথা ৰে
কহিব হামাৰ চবেৰ দিলেৰ
কথা ৰে [নাৰী : অ’...
(আলাপ)]
কহিব হামাৰ চবেৰ দিলেৰ
কথা ৰে ৷৷
-
বোলছবি/এলবাম: ৰজনীগন্ধা
গায়ক/গায়িকা: সুমন
কল্যানপুৰ আৰু লগৰীয়াসকল
কথা :- নুৰুল হক
পৰিচালক :- প্ৰফুল্ল
বৰুৱা
সংগীত পৰিচালক: কুমাৰ
ৰঞ্জন
No comments:
Post a Comment