Assamese
Song: Thomoki Chomoki Aha Ulai Ana
Album: Raja Harichandra
Singer: Namita Goswami and Dwipen Baruah
Lyrics: Keshav Mohanta
Director: Diban
Baruah
Music
Director: Ramen Baruah
Year: 1980
নাৰী :- থমকি চমকি আহাঁ, সুনয়না
থমকি চমকি আহাঁ, সুনয়না
উল্লাসে
লয়লাসে
ছন্দে
ছন্দে তুমি
অনংগ
তাৰংগ আনা
দুয়ো :- থমকি চমকি আহাঁ, সুনয়না
থমকি চমকি আহাঁ, সুনয়না
পুৰুষ:- হাঁহি
হাঁহিত
জ্বলে
পূৰ্ণিমা যৌৱনৰ
নাৰী :- আ.....(আলাপ)
আ.....(আলাপ)
দুয়ো :- হাঁহি
হাঁহিত
জ্বলে
পূৰ্ণিমা যৌৱনৰ,
জোৱাৰ
উঠলে হৃদয় সাগৰৰ
হাঁহি
হাঁহিত জ্বলে পূৰ্ণিমা যৌৱনৰ,
জোৱাৰ
উঠলে হৃদয় সাগৰৰ
ভালপোৱা
দিয়া,ভালপোৱা দিয়া
কাণে
কাণে কয় শুনা...
থমকি
চমকি আহাঁ, সুনয়না
থমকি চমকি আহাঁ, সুনয়না
পুৰুষ:- উঠে
উঠে কিনো মাধুৰী অমিয়া !
নাৰী :- আ.....(আলাপ)
আ.....(আলাপ)
দুয়ো :- উঠে
উঠে কিনো মাধুৰী অমিয়া !
বুকুভৰি
কিযে মৰম যুগমীয়া
উঠে উঠে কিনো মাধুৰী অমিয়া !
বুকুভৰি
কিযে মৰম যুগমীয়া
দিয়া
ঢালি দিয়া সপোন মজিয়া
নাই
বাধা কোনো মানা
থমকি
চমকি আহাঁ, সুনয়না
থমকি চমকি আহাঁ, সুনয়না
পুৰুষ:- গা-পা-ধা-নি-ধা
নাৰী :- নি-
ধা-পা, ধা-পা,
গা-পা-ধা-নি
!
পুৰুষ:- সা-সা-নি-সা-ধা-নি-পা
নাৰী :- সা-নি-সা,
নি-ধা, নি-পা
গা-পা-ধা-সা-গা,
পা
দুয়ো :- গা-পা-ধা-নি-সা,
নি-ধা !
গা-পা-ধা-নি-সা,
নি-ধা !
গা-পা-ধা-নি-সা,
নি-ধা !
আহে
সুনয়না
থমকি চমকি আহাঁ,
সুনয়না
থমকি চমকি, থমকি চমকি
থমকি চমকি আহাঁ, সুনয়না ৷৷
বোলছবি/এলবাম: ৰজা
হৰিচন্দ্ৰ
গায়ক/গায়িকা: দ্বিপেন
বৰুৱা আৰু নমিতা গোস্বামী
পৰিচালক
: দ্বিবন
বৰুৱা
সংগীত পৰিচালক: ৰমেন
বৰুৱা
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত শইকীয়া)
No comments:
Post a Comment