Assamese Song: Jidina
monor Deuka Gojil
Album: Jog
Biyog
Singer: Dwipen
Boruah
Director: Dwiban Baruah
Music
Director: Ramen Baruah
Year: 1971
যিদিনা মন..ৰ
দেউকা গজি..ল
নোৱাৰে সজায়
আৰু ৰাখিব ধৰি
যিদিনা মনৰ
দেউকা গজিল
নোৱাৰে সজায়
আৰু ৰাখিব ধৰি
সিদিনা মনৰ
বৈৰাগী ডাৱৰ !
কমোৱা তুলাৰ দৰে
ফুৰে উৰি
যিদিনা মনৰ
পাৰে জানো...!
আকাশে বাৰু..
সাৱতি লব
আপোন বুলি
!
নিজৰে বুকুৰ..!
বাউলী ডাৱৰ..
পাৰেনে লব
আকোৱালি
কোনোবা নতুন
নজনা জনৰ
মন পাবলৈ
মন হৈক
ধৰি
যিদিনা মনৰ
সপোন গধুৰ !
চকুৰ পটাত
গধুৰ কিনো
হাতী লুকায়
নেদেখিলোঁ.. !
নেদেখিলোঁ মন
কিদৰে আশাই
নিজকে সাজয়
তথাপি আশাৰ
ৰ’দ কাঁচলিত
জিৰাব খোজে
মোৰ মনৰ ছড়িত
জিৰাব খোজে
মোৰ মনৰ ছড়ি...ত !!
বোলছবি/এলবাম: যোগ-বিয়োগ
গায়ক/গায়িকা: দ্বিপেন
বৰুৱা
পৰিচালক : দ্বিবন বৰুৱা
সংগীত পৰিচালক: ৰমেন
বৰুৱা
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত শইকীয়া)
No comments:
Post a Comment