Assamese Song: Ringa
Ringa O (Duet)
Album: Jog
Biyog
Singer: Dwipen
Boruah & Pahari Saikia
Director: Dwiban Baruah
Music
Director: Ramen Baruah
Year: 1971
পুৰুষ:- ৰিঙা
ৰিঙা অ’ !
ৰিঙা ৰিঙা !
উদং পথাৰ !
একাবেকা
আলি ;
হালিজালি অ’.. !
কোন ৰূপহী
কাষত কলম
যায় হালিজালি
নাৰী :- পথাৰ
উদং
আকাশ
উদং
কিনো নাগায় মন
কাক
বিচাৰি
কেনি
আহিল
ক’ৰ
মধুৰ ধন
পুৰুষ:- ৰিঙা
ৰিঙা অ’ !
ৰিঙা ৰিঙা
উদং পথাৰ
একাবেকা
আলি
-
নাৰী :- আমাক
কোনে মাৰে চাওঁ
নহ’লোঁ
বিজুলি
মই
নহ’লোঁ বিজুলি
পুৰুষ:- অ’
জিৰাব খুজিলোঁ মই
নাপালোঁ
মাজুলী
মই
নাপালোঁ মাজুলী
-
নাৰী :- আমাক
কোনে মাৰে চাওঁ
নহ’লোঁ
বিজুলি
মই
নহ’লোঁ বিজুলি
পুৰুষ:- অ’
জিৰাব খুজিলোঁ মই
নাপালোঁ
মাজুলী
মই
নাপালোঁ মাজুলী;
আলসুৱা
অ’....
দুয়ো :- আলফুলীয়া
তেলেসেৰে
বনঘিলা মন
-
নাৰী :- আচহুৱা
বতাহক
বন-বনীয়া
অ’ বৰ
উৰণীয়া
পুৰুষ:- অ’
আধৰুৱা আঁহতৰ
ছাঁ
জুৰণীয়া
অ’ ছাঁ জুৰণীয়া
-
নাৰী :- আচহুৱা
বতাহক
বনবনীয়া
অ’ বৰ
উৰণীয়া
পুৰুষ:- অ’
আধৰুৱা আঁহতৰ
ছাঁ
জুৰণীয়া
অ’ ছাঁ জুৰণীয়া
পাওঁ কি নাপাওঁ অ’...!
দুয়ো :-
কোনে জানে
পাওঁ কি নাপাওঁ
সাঁচতীয়া ধন,
কোনে
জানে
পাওঁ কি নাপাওঁ
সাঁচতীয়া ধন ৷৷
বোলছবি/এলবাম: যোগ-বিয়োগ
গায়ক/গায়িকা: দ্বিপেন
বৰুৱা আৰু পাহাৰী শইকীয়া
পৰিচালক : দ্বিবন বৰুৱা
সংগীত পৰিচালক: ৰমেন
বৰুৱা
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত শইকীয়া)
No comments:
Post a Comment