Assamese Song: O
Ki Rupo Pekholu
Album: Chik
Mik Bijuli
Singer: Sudakshina
Sarma
Music Director: Bhupen Hazarika
Year: 1969
অ’ কি ৰূপ পেখলো…
মোহন কলীয়া...
ধৰণ নযায় হিয়া !
হেন লয় মনে পে শুভৰ বৎসনে
বয়ানে নয়ন দিয়া কি এ হায়
বয়ানে নয়ন দিয়া !
ঐআৰে যোৰাৰ উঠৰে তোৰাখাতি বান্ধিয়া
আমাৰ উপৰে
গুঞ্জাশিয়ে সখী মালাৰ উখনে
গুঞ্জাশিয়ে সখী মালাৰ উখনে
গুঞ্জা ..!
হৰিক চাৰিয়া আমাৰা বান্ধৱ নাহি
প্ৰভুক চাৰিয়া আমাৰা বান্ধৱ নাহি
আমি সৱে তোমাৰ দাসী.. প্ৰিয়ে হায় !
আমি সৱে তোমাৰ দাসী.. ৷৷
বোলছবি/এলবাম: চিক্মিক্
বিজুলি
গায়ক/গায়িকা: সুদক্ষিণা
শৰ্মা
সংগীত পৰিচালক: ড৹
ভূপেন হাজৰিকা
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত শইকীয়া)
1 comment:
গীতটো চাই দিয়াৰ বাবে দীপা ডেকালৈ আন্তৰিক ধন্যবাদ যাচিলোঁ ৷
Post a Comment