অনুসন্ধান আকাংক্ষাত

Sunday, May 12, 2013

উলাহেৰে নাচি বাগি







উলাহেৰে নাচি বাগি

হলি বিয়াকুল

উলাহেৰে নাচি বাগি

হলি বিয়াকুল

তালে তালে হালি জালি

কৰিলি আকুল

তালে তালে হালি জালি

কৰিলি আকুল

উলাহেৰে নাচি বাগি

হলি বিয়াকুল

গালতে তই বোলোৱালি

সেন্দুৰীয়া বোল



গালতে তই বোলোৱালি

সেন্দুৰীয়া বোল

কাণতে ত‍ই জিলিকালি

সোণোৱালী দুল

কাণতে ত‍ই জিলিকালি

সোণোৱালী দুল

খোপাতে তই গুজি ললি

ৰূপৰ কপৌ ফুল !


..


খোপাতে তই গুজি ললি

ৰূপৰ কপৌ ফুল !

ছেৱে ছেৱে নাচি বাগি

*****(ধৰিব পৰা নাই)****

ছেৱে ছেৱে নাচি বাগি

****(ধৰিব পৰা নাই)*****

হলি বিয়াকুল

কৰিলি আকুল ৷



উলাহেৰে নাচি বাগি

হলি বিয়াকুল

উলাহেৰে নাচি বাগি

হলি বিয়াকুল

গালতে তই বোলোৱালি

সেন্দুৰীয়া বোল

গালতে তই বোলোৱালি

সেন্দুৰীয়া বোল

উলাহেৰে নাচি বাগি

হলি বিয়াকুল

উলাহেৰে নাচি বাগি

হলি বিয়াকুল

উলাহেৰে নাচি বাগি

হলি বিয়াকুল

উলাহেৰে নাচি বাগি

হলি বিয়াকুল ৷৷


[কলাগুৰু বিষ্ণুৰাভাদেৱে ৰচা ১০ বছৰ বয়সতে ভূপেন হাজৰিকাদেৱৰ কণ্ঠেৰে নিগৰিত গীত]
[ইউনিক'ডীয় ৰূপান্তৰ : দীপা ডেকা]
** গীততো শুনি লিখা, ইউনিকড কৰোতে শব্দৰ ভুল-ভ্ৰান্তি হৈছে ৷ পাঠকে দেখিলে আঙুলিয়াই দিয়ে যেন ৷**

No comments: