Assamese Song: Ei
Jiban Madhur Jiban
Album: Megh
Singer: Anuradha
and Mahendra Kapoor
Director: Atul Bordoloi
Music Director: Jitu-Tapan
Year: 1979
পুৰুষ :- এই জীৱন
মধুৰ জীৱন
জাগিছে আকাশ
উৰন্ত
মিতালীৰ গীতালিৰে
মুখৰিত মনৰ
দিগন্ত
নাৰী :-
এই
জীৱন
মধুৰ জীৱন
জাগিছে আকাশ
উৰন্ত
মিতালীৰ গীতালিৰে
মুখৰিত মনৰ
দিগন্ত
দুয়ো :- এই
জীৱন
মধুৰ
জীৱন
পুৰুষ :- আনক কাষলে
আহি
এটি
মিঠা হাঁহিৰে
জীৱন কৰালা ধন্য
নাৰী :- প্ৰেমহীন
এটি গীতি
গোৱালা
চৌদিশে
আমাৰ
পৃথিৱী অন্য
স্বপ্ন
এই দেশ মানে
নহওঁ
আমি ক্লান্ত
পুৰুষ :- মিতালীৰ
গীতালিৰে
মুখৰিত মনৰ
দিগন্ত..
দুয়ো :- এই
জীৱন
মধুৰ জীৱন
নাৰী :- জীৱনৰে আঁৰে কিবা
লাগিলে তাৰ গতি
প্ৰদীপ তৰা চন্দ্ৰ
পুৰুষ:- চৌদিশে কতযে
দেৱ অপৰূপ অনু
কতযে সুমধুৰ গন্ধ
স্বৰ্ণালীৰ পথে পথে নাই
যাত্ৰাৰ আজি নাই অন্ত
দুয়ো :- মিতালীৰ গীতালিৰে
মুখৰিত মনৰ
দিগন্ত
দুয়ো:- ওঁ ওঁ ওঁ
নাৰী:- ওঁ ওঁ ওঁ পুৰুষ:- লা
লা..
ওঁ
ওঁ ওঁ পুৰুষ:- লা লা..
বোলছবি/এলবাম: মেঘ (১৯৭৯)
গায়ক/গায়িকা: অনুৰাধা
আৰু মহেন্দ্ৰ কাপুৰ
পৰিচালক : অতুলবৰদলৈ
সংগীত পৰিচালক: জিতু-তপন
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত শইকীয়া)
No comments:
Post a Comment