অনুসন্ধান আকাংক্ষাত

Tuesday, May 7, 2013

মই কোন





Assamese Song: Moi Kun
Album:       Manav Aru Danav
Singer:       Dwipen Baruah
Director:    Indukalpa Hazarika
Music Director: Jitu-Tapan
Year:           1971

মই কোন !

এই চহৰৰ মাস্তানা মই

সকলোৱে মোক দিৱানা কয়

মই দিৱানা দিল মাস্তানা

মই দিৱানা দিল মাস্তানা

উঠা উঠা উঠা চলে গাড়ী মোৰ



আহাঁ আহাঁ যাবা কোন ? মই কোন ?

-

আহাঁ যাবা চানমাৰী !

পাণবজাৰ বাৰুৱাৰী

আহাঁ মোল্লা আহাঁ পূজাৰী

আদমিকা জাঁটাধাৰী !

ৰা বুঢ়া একেই যাত্ৰী

কি চহকী, কি ভিখাৰী

সকলোৱেই যে বা-বা ঠিকনা

সকলোৱেই যে বা-বা ঠিকনা

উঠা উঠা উঠা চলে গাড়ী মোৰ

-

আহাঁ আহাঁ যাবা কোন ? মই কোন ?

-

এই চহৰৰ মাস্তানা মই

সকলোৱে মোক দিৱানা কয়

মই দিৱানা দিল মাস্তানা

মই দিৱানা দিল মাস্তানা

উঠা উঠা উঠা চলে গাড়ী মোৰ



আহাঁ আহাঁ যাবা কোন ? মই কোন ?

-

কি কেৰাণী, কি বেপাৰী

আচল মানুহ মেহনতকাৰী

এই দুনিয়াৰ আজৱ ধান্দা

শৰীৰ ভাষাত আল্লাৰ বান্দা

কোনো মৰে চালে হায়ৰে

কোনো মৰে মঙহ ভাৰে

এই দুনিয়া চিৰিয়াখানা

এই দুনিয়া চিৰিয়াখানা

উঠা উঠা উঠা চলে গাড়ী মোৰ

-

আহাঁ আহাঁ যাবা কোন ? মই কোন ?

-

এই চহৰৰ মাস্তানা মই

সকলোৱে মোক দিৱানা কয়

মই দিৱানা দিল মাস্তানা

মই দিৱানা দিল মাস্তানা

উঠা উঠা উঠা চলে গাড়ী মোৰ

-

আহাঁ আহাঁ যাবা কোন ? মই কোন ?


বোলছবি/এলবাম:    মানৱ আৰু দানৱ
গায়ক/গায়িকা:         দ্বিপেন বৰুৱা
পৰিচালক :               ইন্দুকল্প হাজৰিকা
সংগীত পৰিচালক:    জিতু-তপন
(ইউনিকড ৰূপান্তৰ:  দিগন্ত শইকীয়া)

No comments: