অনুসন্ধান আকাংক্ষাত

Wednesday, May 1, 2013

মই সৈনিক ৰখীয়া





Assamese Song:                 Moi Soinik Rokhia
Album:                                   Bikhekh Erati
Singer:                                   Bina Sharma
Music Director:                     Upen Kakoti
Year:                                      1978 - 1979



(ই..হ !  ছুটি লৈ বিয়াৰ কাৰণেহে জাৰ)



মই সৈনিক ৰখীয়া

বৰ লুইতৰ কাৰণে

আই লেচু লৈ চিঠি লিখোঁ

মনৰ খবৰ যতনে

আই মোৰ অ জাননে ?

বতৰ ঘূৰি ঘূৰি আহে..

বতৰ ঘূৰি ঘূৰি আহে..

আই মোৰ

বুৰঞ্জী উভতি আহে

আজিহে দেখিলোঁ !

ধনী নাই প্লাৱনে

আজিহে দেখিলোঁ !

ধনী নাই প্লাৱনে

দূপৰত প্ৰলয় আনে

আই মোৰ অ জাননে ?





আই মোৰ অ......

মানুহবোৰ সপোনে হ

সিহঁতে নেজানে দয়া...!

চকুন্দ ৰখীয়াত !

ধনহে হইছে

কঁপনিত ভাগ্য বেয়া

আশাৰে চাই চাই চাই কান্দিছোঁ !

লগৰে ৰৈ ৰৈ ৰৈ হে পাতি...!

ৰাইজক ৰাখিবৰ মনে

আই মোৰ অ জাননে ?





আই মোৰ অ......

লক্ষিমী মৰহি গ

মনতে লাগিছে বেঠা..

তাহাৰ গুণতে

মন উভতিলে

পাতি গ

ঘৰৰে কথা

এতিয়া ৰৈ ৰৈ ৰৈ ভাবিছোঁ !

তেতিয়া গৈ গৈ গৈ পামেগৈ !

ছুটি লৈ বিয়াৰ কাৰণে

আই মোৰ অ জাননে ?

মই সৈনিক ৰখীয়া

বৰ লুইতৰ কাৰণে

আই লেচু লৈ চিঠি লিখোঁ

মনৰ খবৰ যতনে

আই মোৰ অ জাননে ?

আই মোৰ অ জাননে ?





বোলছবি/এলবাম:                    বিশেষ এৰাতি
গায়ক/গায়িকা:                        বীণা শৰ্মা
সংগীত পৰিচালক:                  উপেন কাকতি
(ইউনিকড ৰূপান্তৰ:               দিগন্ত শইকীয়া)

No comments: