Assamese Song: Aamare
Moina
Album: Bowari
Singer: Mahananda Majinder Borua & Malabika Bora
Music Director: Upen Kakati
Year: 1979
পুৰুষ:- দেহেই যৌৱনমতী
লাজ লাজ
লাজ.. !
সাজেই
সাজোনমতী
সাজোন কাজ
মোৰ দেহা
ঐ...!
লাজ লাজ লাজ..
কিনো লাজ !
নাৰী :- লাজেই
মোৰ মনতনে ?
লাজে
মোৰ দেহতনে ?
যৌৱনে
কৰে বিৰাট...!
লাজেই
মোৰ মনতনে ?
লাজে
মোৰ দেহতনে ?
যৌৱনে
কৰে বিৰাট... !
পুৰুষ:- বুকুলফুল ! বুকুলফুল ! বুকুলফুল ! বুকুলফুল !
বুকুলফুলৰ
বতৰত !
নাৰী :- নাহৰফুল
! নাহৰফুল ! নাহৰফুল ! নাহৰফুল !
নাহৰফুলৰ
পোহৰত !
দুয়ো :- পিৰিতি
পিৰিতি পিৰিতি পিৰিতি
পিৰিতিৰে
সাৰ..
পিৰিতি
পিৰিতি পিৰিতি পিৰিতি
পিৰিতিৰে
সাৰ
পুৰুষ :- মোৰ
দেহা ঐ....!
লাজ লাজ
লাজ.. কিনো লাজ !
নাৰী :- ময়েই
ব’হাগমতী !
সৰুফুল
ঐ !
মোৰেই
সাজোনমতী সৰুফুল ঐ
যৌৱন
মোৰ বুকুতনে ?
যৌৱন
মোৰ হিয়াতনে ?
পিন্ধিছোঁ
পাটৰে সাজ...
পুৰুষ:- মোৰ
দেহা ঐ.....!
লাজ লাজ
লাজ.. কিনো লাজ !
তগৰফুল
! তগৰফুল ! তগৰফুল ! তগৰফুল !
তগৰফুলৰ
সুগন্ধত !
নাৰী :- কেতেকী
! কেতেকী ! কেতেকী ! কেতেকী !
কেতেকীৰে
সুবাসত
ফুলামকৈ
গামোচা মায়ে বৈয়ে জানে
লাহীহাতৰ
তাঁত
ফুলামকৈ
গামোচা মায়ে বৈয়ে জানে
লাহীহাতৰ
তাঁত
পুৰুষ:- মোৰ
দেহা ঐ.....!
লাজ লাজ
লাজ.. কিনো লাজ !
দেহেই যৌৱনমতী
লাজ লাজ
লাজ..
সাজেই
সাজোনমতী
সাজোন কাজ
মোৰ দেহা
ঐ...!
লাজ লাজ লাজ..
কিনো লাজ ৷৷
বোলছবি/এলবাম: বোৱাৰী
গায়ক/গায়িকা: মহানন্দ মজিন্দাৰ বৰুৱা আৰু মালবিকা বৰা
সংগীত পৰিচালক: উপেন কাকতী
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত শইকীয়া)
No comments:
Post a Comment