অনুসন্ধান আকাংক্ষাত

Tuesday, April 30, 2013

কীৰ্ত্তন দশমৰ শঙ্কৰ গুৰু





Assamese Song:                 Aamare Moina
Album:                                   Bowari
Singer:                                   Malabika Bora
Music Director:                     Upen Kakati
Year:                                      1979




কীৰ্ত্তন দশমৰ শঙ্কৰ গুৰু

ৰত্নাৱলী ঘোষাৰে মাধৱো গুৰু

ভাগ্যলিপি লিখনি কঁপালতে ধৰোঁ

গোঁসানীৰ শৰণত প্ৰণিপাত কৰোঁ

কীৰ্ত্তন দশমৰ শঙ্কৰ গুৰু

ৰত্নাৱলী ঘোষাৰে মাধৱো গুৰু





ঘৰকো তেজিলোঁ

বাটকো তেজিলোঁ

ঘৰকো তেজিলোঁ

বাটকো তেজিলোঁ

সুখকে বিচাৰি মৰোঁ !



মই অভাগিনী !

জনমে দুখুনী !

তোমাৰে গুণেৰে

কৰোঁ হে..

ৰত্নাৱলী ঘোষাৰে মাধৱো গুৰু





গাভৰু কালতে...!

বগা সাজ পিন্ধিলোঁ..!

কঁপালক ! সাৱতি ললোঁ...

পুত্ৰ চেনেহকে

জীৱন পাপ কৰিলোঁ

কিমতে সংসাৰ

তৰোঁ হে...

ৰত্নাৱলী ঘোষাৰে মাধৱো গুৰু





ঘৰ ত্যাগিলোঁ

বাট হেৰুৱালোঁ

এন্ধাৰত খোপনি এৰোঁ



অথাই জলধিতে

ডিঙা মেলি দিলোঁ

দুখকে সাৰথি কৰোঁ হে..

ৰত্নাৱলী ঘোষাৰে মাধৱো গুৰু

কীৰ্ত্তন দশমৰ শঙ্কৰ গুৰু

ৰত্নাৱলী ঘোষাৰে মাধৱো গুৰু ৷৷






বোলছবি/এলবাম:                    বোৱাৰী
গায়ক/গায়িকা:                        মালবিকা বৰা
সংগীত পৰিচালক:                  উপেন কাকতী
(ইউনিকড ৰূপান্তৰ:               দিগন্ত শইকীয়া)

No comments: