Assamese Song: Akakhorey
Nilaai
Album: Ponakon
Singer: Suman
Kalyanpur
Music Director: Kumar Ranjan
Director :- Abdul
Majid
Year: 1979
(?) / 1981
আকাশৰে নী..লা..ই
পৃথিৱীক সাৱ..তে..
জোনাকে সাৱতে সাগ..ৰ...
ফুলে ফুলে আজি...!
-
আকাশৰে নীলাই
পৃথিৱীক সাৱতে
জোনাকে সাৱতে সাগৰ..!
ফুলে ফুলে আজি !
সাৱতা সাৱতি
দিয়া পৰশ মৰমৰ;
-
আকাশৰে নীলাই
পৃথিৱীক সাৱতে
জোনাকে সাৱতে সাগৰ..!
ফুলে ফুলে আজি
সাৱতা সাৱতি
দিয়া পৰশ মৰমৰ
আকাশৰে নীলাই
পৃথিৱীক সাৱতে ৷
-
উৰি উৰি ফুৰে
মতলীয়া হৈ..
কুসুমৰে পাহি !
পৰশ পাবলে
চঞ্চল মধুৰস মৰমৰ
দিয়া সৰস আৱৰণ...
আকাশৰে নীলাই
পৃথিৱীক সাৱতে
জোনাকে সাৱতে সাগৰ..!
ফুলে ফুলে আজি
সাৱতা সাৱতি
দিয়া পৰশ মৰমৰ
আকাশৰে নীলাই
পৃথিৱীক সাৱতে
-
পৃথিৱীয়ে আজি..
অপৰূপা সাজেৰে
প্ৰীতিৰ অমিয়া.. !
ফুলে পাতে ধালে,
পৃথিৱীয়ে আজি..
অপৰূপা সাজেৰে
প্ৰীতিৰ অমিয়া.. !
ফুলে পাতে ধালে,
মহামেলা মিলনৰ..
প্ৰীতিমধু লগনৰ..
আকাশৰে নীলাই
পৃথিৱীক সাৱতে
জোনাকে সাৱতে সাগৰ..!
ফুলে ফুলে আজি
সাৱতা সাৱতি
দিয়া পৰশ মৰমৰ
আকাশৰে নীলাই
পৃথিৱীক সাৱতে ৷৷
বোলছবি/এলবাম: পোনাকণ
গায়ক/গায়িকা: সুমন
কল্যানপুৰ
সংগীত পৰিচালক: কুমাৰ
ৰঞ্জন
পৰিচালক :- আব্দুল মজিদ
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত শইকীয়া)
No comments:
Post a Comment