Assamese Song: Aamare
Moina (Duet)
Album: Bowari
Singer:Samar
Hazarika and Malabika Bora
Music Director: Upen
Kakati
Year: 1979
দুয়ো:- আমাৰে
মইনা
হয় ঐ !
টোপনি যাব
সোণৰ
পালেঙতে
টোপনি যাব
সৈন্যৰ
সাজেৰে
হয় ঐ !
ঘূমতি যাব
ৰূপৰ
বাণে-বঁটাত
ভোকৰ
ভাত খাব..
পুৰুষ:- কলীয়া
ডাৱৰে
আকাশ
ঢাকিব
নেজাল
তৰাটি
ভূমুকি
মাৰিব
মইনা
সাহেৰে ৰ’ব...
ৰূপৰ
বাণে-বঁটাত
ভোকৰ
ভাত খাব..
দুয়ো :- অচিন
দেশৰে
পৰীৰ
কুঁৱৰী
মইনাৰ
কইনা হ’ব...!
অজান
মূলুকত
ৰজা
হৈয়ে ৰ”ব
মইনা
ধন্য হ’ব..
আমাৰে
মইনা
হয় ঐ !
টোপনি যাব
সোণৰ
পালেঙতে
টোপনি যাব
সৈন্যৰ
সাজেৰে
হয় ঐ !
ঘূমতি যাব
ৰূপৰ
বাণে-বঁটাত
ভোকৰ
ভাত খাব..
পুৰুষ:- মইনা
ৰখীয়াই বগৰী ৰুব
সেইনো
বগৰী পকি সৰিব
পকি
সৰি গ’লে !
দুহাতে
বুটলি !
মইনাই
ৰঙেৰে খাব.. !
দুয়ো:- অজান
মূলুকত
ৰজা
হৈয়ে ৰ”ব
মইনা
ধন্য হ’ব..
নাৰী :- বিষাদৰ
ডাৱৰে !
আতৰি
পলাব !
পুৱাৰ
সূৰ্য্য !
ভূমুকি
মাৰিব !
মইনা
ৰঙেৰে ৰ’ব...
সোণৰ
পালেঙতে
টোপনি যাব
সৈন্যৰ
সাজেৰে
হয় ঐ ঘূমতি
যাব
ৰূপৰ
বাণে-বঁটাত
ভোকৰ
ভাত খাব....৷৷
বোলছবি/এলবাম: বোৱাৰী
গায়ক/গায়িকা:সমৰ
সাজৰিকা আৰু মালবিকা বৰা
সংগীত পৰিচালক: উপেন
কাকতী
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত শইকীয়া)
No comments:
Post a Comment