Assamese Song: Bulu
Haloloi Likhiley
Album: Geetimalika/Toramai
Singer: Dwipen
Boruah et al
Music Director: Kola Boruah (?)
Year: 1980
(?)
পুৰুষ :- বোলো
হাললৈ লিখিলে
মোকে ঐ চেনাইটি
কুললৈ লিখিলে মোক
তিনি আঙুল
কপালখন
বিধাতাই লিখিলে...
তোমালৈ
নিলিখিলে মোক !
নাৰী সকল :- লুইতৰ
বালি
বহিব
এধকি !
*** পানী
পাৰে
নেদেখি
অ’ কাচাইখন ইপাৰে দেখি
চ’তেনো
জ্বলি অ’ ***
চেনাইচোন
পানী
ঘাটতে
দেখি দেখি
অ’
চেনাই পানী ঘাটত দেখি !
পুৰুষ :- তোমাক
চায়ে চায়ে
চকুজুৰি
বিষালে
তোমাক
চায়ে চায়ে
চকুজুৰি
বিষালে
থিয়
হৈনো বিষালে ভৰি !
নৈৰে ঘাটতে
এৰি
থৈ আহিলা
নৈৰে
ঘাটতে
এৰি
থৈ আহিলা
এঠানি
এবানি কৰি
না: স: আই
অ’ !
হাতৰে
আঙুলি
পঠালি
পঠালি
অ’,
পঠালি
পঠালি অ’
ভৰিৰে
আঙুলি ঘন
কোনজন
ঈশ্বৰে..
তোমাক
সৰজিলে
অ’,
তোমাক
সৰজিলে অ’
চায়ে
নোচাই থাকিবৰ মন
পুৰুষ :- অ’
কলিজা মৰি যাওঁ
চায়ে
নোচাই থাকিলে..
হাবিয়াস ও নপালায়
হাবিয়াসো
নপালায়
নেখালে
নুগুচে ভোক
যেন
সৰি যাব
বালিহাটৰ বেঙেনা
বালিহাটৰ বেঙেনা
দলিয়ায়নো
দি যাব মোক !
না: স: দিহিঙৰ
এবুকু
পানী
ঐ চেনাইধন
পানী ঐ চেনাইধন
দিচাঙৰ এবুকু পানী
দিচাঙৰ এবুকু পানী
শুকাব
কুঁৱাদি
পকাই
পকাই সুধিলে
পকাই পকাই সুধিলে
মনৰ
কথা ক’বা জানো ভাঙি
পুৰুষ :- অ’তো
আকৌ !
বাঁহৰে
আগলৈ
না: স:- নয়া
নদীত নয়া ফুল !
পুৰুষ :- চায়েনো
পঠিয়ালোঁ !
না: স: নয়া
নদীত নয়া ফুল !
পুৰুষ :- বাঁহৰনো
কোন ডালি পোন
সকলোৱে:- চেনাই
নয়া নদীত নয়া ফুল !
খোপাত
তোমাৰ তগৰ ফুল
সুলকিনো
পৰিব চাবা
পুৰুষ :- সৈতে
শপতে !
না: স: নয়া
নদীত নয়া ফুল !
পুৰুষ :- পিতা
নেমাতিবা !
না: স: নয়া
নদীত নয়া ফুল !
পুৰুষ :- তোমাৰনো
মৰমিয়াল কোন ?
সকলোৱে: চেনাই
নয়া নদীত নয়া ফুল !
খোপাত
তোমাৰ তগৰ ফুল
সুলকিনো
পৰিব
না: স: চাবা
হেৰা আইজনী !
পুৰুষ :- খোজত
তোমাৰ পদুম ফুল
না: স: ফুলে
হেৰা আইজনী
পুৰুষ :- পিছলি
নো পাৰিবা
না: স: চাবা
হেৰা আইজনী !
পুৰুষ :- পিছলি
নো পৰিলে
মাৰি
নো দিম বিচনি
সকলোৱে : অ’
চেঁচা পাইনো টোপনি যাব !!
বোলছবি/এলবাম: গীতিমালিকা/তৰামাই
গায়ক/গায়িকা: দ্বীপেন
বৰুৱা & লগৰীয়াসকল
সংগীত পৰিচালক: কুল
বৰুৱা (?)
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত শইকীয়া)
গীতটো শুনি লিখা, ***
খিনি ধৰিব পৰা নাই !
No comments:
Post a Comment