Assamese Song: Tu
Tu Tu Tu Tupi
Album: Protihudh
Singer: Samar
Hazarika
Music Director: Dr. Bhupen
Hazarika
Year: 1986
/ 1987
টু টু টু টু টু টু টু টু টুপি
টু টু টু টু টু টু টু টু
টুপি
অ’ টুপি !!
নেগুৰ কটা শিয়াল
সমাজৰে ঘৰিয়াল
(তুমি)নেগুৰ কটা শিয়াল
সমাজৰে ঘৰিয়াল
টুপি পিন্ধি চৌদিশে
কৰা
পয়মাল ;
নেগুৰ কটা শিয়াল
সমাজৰে ঘৰিয়াল
নেগুৰ কটা শিয়াল
সমাজৰে ঘৰিয়াল
এই টুপি পিন্ধি তুমি কোন
দিনক ৰাতি কৰা
টুপি পিন্ধি নিৰ্দোষীকো
কিলে কিলে মাৰা
টুপি পিন্ধি মানুহক
কৰা
ভেড়াৰ পাল
টুপিৰ বলত তুমি হোৱা
তপস্যী
বিড়াল !
টুপি পিন্ধাই লুইত-গতা
তোমাৰ
একো নাই
সেয়ে আজি এই টুপি
তোমাক
নিদিও ভাই !
অ’ টু টু টু
টু টু টু টু টু টুপি
টু টু টু টু টু টু টু টু
টুপি
অ’ টুপি !
তুমি এটা ঢোৰাসাপ !
টুপি
তোমাৰ বিষ-দাঁত !
তুমি এটা ঢোৰাসাপ
টুপি
তোমাৰ বিষ-দাঁত
তুমি এটা ঢোৰাসাপ
টুপি
তোমাৰ বিষ-দাঁত
এই দাঁতৰ বলত
লোকৰ তুমি
তেজ
লুৰুকি ফুৰা !
আনৰ ধন
চান কাঢ়ি
নিজক
ধনী কৰা !
টুপি পিন্ধাৰ অধিকাৰ
হেৰুৱালা
তুমি
টুপি নিদিওঁ
কান্দা
যদি
আমাৰ
চৰণ চুমি !
টুপি নিদিওঁ
কান্দা
যদিও
আমাৰ
চৰণ চুমি !
যোৱা যোৱা নোপোৱা ভাই
আৰু
এই টুপি !
যোৱা যোৱা নোপোৱা ভাই
আৰু
এই টুপি !
তুমি মৰি যোৱা দাদা
উচুপি
উচুপি !
তুমি মৰি যোৱা দাদা
উচুপি
উচুপি !
টু টু টু টু টু টু টু টু টুপি
অ’ টু
টু টু টু টু টু টু টু টুপি
টু টু টু টু টু টু টু টু টুপি
অ’ টু
টু টু টু টু টু টু টু টুপি ৷৷
বোলছবি/এলবাম: প্ৰতিশোধ
গায়ক/গায়িকা: সমৰ
হাজৰিকা
সংগীত পৰিচালক: ভূপেন
হাজৰিকা
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত শইকীয়া)
No comments:
Post a Comment