Assamese Song: Ma
Tumi Khelibaney
Album: Nayanmani
Singer: Suman Kalyanpur & Bhupindar Singh
Music Director: Jeetu Tapan
Lyrics: Nirmalprabha
Bordoloi
Year: 1981
কণমানি:- মা
তুমি খেলিবানে ?
দেউতা
খেলিবানে ?
আহাঁ আহাঁ
আমি খেলোঁ
আহানা আকৌ
আমি খেলোঁ !
মা মা মা
খেলিবানে ?
দেউ দেউতা
খেলিবানে ?
আহাঁ আহাঁ
আমি খেলোঁ
আহানা আকৌ
আমি খেলোঁ
মা তুমি
খেলিবানে ?
বাৰু হ’ব
খেলা এটা
প্ৰথম মোৰ
নামত..
বুজিছানে
সেই লেখা
পঢ়া পটাপট
হ’ব
লাগিব ডাঙৰ মানুহ তোমালোক..
পুৰুষ:- শুনিছানে
মাৰ কথা
ইযে
নহয় মিছা
উৰুৱাব
ৰঙা নীলা
কাগজৰ
এখন চিলা..
সেই
চিলা যে নহওক
বিজয়
পতাকা..
তু-তু-তু-মি
বুজিছানে ?
কণমানি:- না-
না- না না মই নাই বুজা
কিয়
কিয় কিয় কিয়..?
হা:
হা:.. (হাঁহি-খিকিন্দালি)
মা
তুমি খেলিবানে ?
লা-লা-লা
লা লা-লা
লা-লা-লা
লা লা-লা
লা-লা-লা
লা লা-লা
পুৰুষ:- চিলা
দেখি উৰি থকা
চিলনী
পলাব
হিয়াভৰা
কোনোবাই
ওলগ জনাব
সেই ওলগে
তোমাৰ মনক জগাব
কণমানী:- বৰ
ভাল দেউতাই
কৈছে চোৱা
!
উৰণ
চিলাক খেদিম চিলনী
নেকি কোৱা
?
তাকে হ’ব
অ’ তাকে হ’ব
সততে শাত
হোৱা
মা-মা-মা
মা মা খেলিবানে ?
দেউ দেউতা
খেলিবানে ?
আহাঁ আহাঁ
আমি খেলোঁ
আহানা আকৌ
আমি খেলোঁ !
লা-লা-লা
লা লা-লা
লা-লা-লা
লা লা-লা
লা-লা-লা
লা লা-লা ৷৷
বোলছবি/এলবাম: নয়নমণি
গায়ক/গায়িকা: সুমন কল্যানপুৰ & ভূপিন্দৰ সিং
সংগীত পৰিচালক: জিতু-তপন
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত শইকীয়া)
No comments:
Post a Comment