Assamese Song: Kuana
Ebar Muk Tumi Kar Ma Tumi
Album: Protihudh
Singer: ***
Music Director: Dr. Bhupen
Hazarika
Year: 1986
/ 1987
কোৱানা এবাৰ
কাৰ মা তুমি ?
মোক তোমাৰ
সোণ
সোণৰ কথা
ক’লেই
তোমাৰ
চকুলো
ওলায়চোন
কোৱানা ?
কোৱানা..
কোৱানা ?
কোৱানা..
কাৰ মা তুমি ?
কলৈ নো গ’ল
মাজনী মোৰ
ক’তনো
হেৰাই গ’ল
..
‘মা’
বুলি
চিঞৰিলেও
উভতি
নোচোৱা হ’ল
কোৱানা ?
কোৱানা..
কোৱানা ?
কোৱানা..
কাৰ মা তুমি ?
বুকুলৈ টানি
নিনিয়ে কিয়
মৰমৰ সোণ বুলি !
সোণৰ কথা
কলেই কিয়
শোক উঠে উঠলি
কোৱানা
কোৱানা..
কোৱানা ?..
কোৱানা..
কাৰ মা তুমি ?
এমুঠি ভাত
খাবলে নেপাওঁ
নিশা টোপনি নাই..
নিচুকনি গীত
কোনেও নেগায়
কঁপালত হাত
বোলাই
কোৱানা
কোৱানা..
কোৱানা ?
কোৱানা..
কাৰ মা তুমি ?!
বোলছবি/এলবাম: প্ৰতিশোধ
গায়ক/গায়িকা: ?
সংগীত পৰিচালক: ভূপেন
হাজৰিকা
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত শইকীয়া)
No comments:
Post a Comment