Assamese Song: Chinaki
Chinaki
Album: Upgrah
Singer:
Dwipen Boruah & Archana Mahanta
Lyrics: Nurul Haque
Lyrics: Nurul Haque
Music Director: Jitu Tapan
Year: 1972
নাৰী :- অ’.....
(আলাপ)
অ’.....
(আলাপ)
অ’.....
(আলাপ)
পুৰুষ :- চিনাকী
চিনাকী
কোনে
ৰিঙি মাৰে ?
নাৰী :- শুনি
কি নুশুনি !
চাওঁ
বাৰে বাৰে..
পুৰুষ :-- মন
কঁপে ঘনে
নাৰী :- অ.....
(আলাপ)
পুৰুষ :-- কিয়
কোনে জানে
নাৰী :- অ.....
(আলাপ)
পুৰুষ :-- তোমাৰ
মন
কেনেকৈ
পাওঁ ..?
দুয়ো :-
চিনাকী চিনাকী
কোনে
ৰিঙি মাৰে ?
নাৰী :- তুমি
দূৰ দূৰণিতে
মোৰ
ফুল কৰণিতে
ফুলিছা
পদুমহৈ
অ’
কুমলিয়া...
পুৰুষ :- মোৰ
মন পদূলিতে
আজি
এই গধূলিতে
তুমি
যে একাঠি বা
অ’..
আলসুৱা !
নাৰী :- কাণে
কাণে !
পুৰুষ :- ক’লে
ক’লে
দুয়ো :- আমি
ভাল পাওঁ
অ’..
আমি
ভাল পাওঁ !
নাৰী :- চিনাকী
চিনাকী
কোনে
ৰিঙি মাৰে ?
পুৰুষ :- শুনি
কি নুশুনি ..
চাওঁ
বাৰে বাৰে..
নাৰী :- মন
কঁপে ঘনে
পুৰুষ :- অ.....
(আলাপ)
নাৰী :- কিয়
কোনে জানে
পুৰুষ :- অ.....
(আলাপ)
নাৰী :- তোমাৰ
মন
কেনেকে
পাওঁ ..?
দুয়ো :-
চিনাকী চিনাকী
কোনে
ৰিঙি মাৰে ?
পুৰুষ :- তুমি
মোৰ হোৱা যদি ?
ভৰ
বৰিষাৰে নদী
এনে
ঘৰ পাৰ ভাঙি
মন
উতলুৱা !
নাৰী :- মই
হ’ম সৰু জুৰি
নাচি
নাচি ঘূৰি ঘূৰি
তোমাতে
মিলিম গৈ
বিচাৰি
নোপোৱা ...!
পুৰুষ :- মিলনৰে
!
নাৰী :- মোহনাতে
দুয়ো :- হেৰুৱাই
পাওঁ
অ’...
আমি
ভাল পাওঁ
পুৰুষ :- চিনাকী
চিনাকী
কোনে
ৰিঙি মাৰে ?
নাৰী :- শুনি
কি নুশুনি ..
চাওঁ
বাৰে বাৰে..
পুৰুষ :-- মন
কঁপে ঘনে
নাৰী :- অ.....
(আলাপ)
পুৰুষ :-- কিয়
কোনে জানে
নাৰী :- অ.....
(আলাপ)
পুৰুষ :-- তোমাৰ
মন
কেনেকৈ
পাওঁ ..?
বোলছবি/এলবাম: উপগ্ৰহ
গায়ক/গায়িকা: অৰ্চনা মহন্ত আৰু দ্বিপেন
বৰুৱা
কথাঃ নুৰুল হক
কথাঃ নুৰুল হক
সংগীত পৰিচালক: জিতু – তপন
সংগীত : জিতু – তপন, নুৰুল হক
১৯৭২
চন
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত শইকীয়া)
No comments:
Post a Comment