Assamese Song: Runujunu
Album: Morom
Singer: Namita Bhattacharyya
Director: Diban Baruah
Music Director: Ramen Baruah
Year: 1978
ৰুণুজুণু
ৰুণুজুণু
ঘুঙ্গুৰা বজায় ,
ৰুণুজুণু
ৰুণুজুণু
ঘুঙ্গুৰা বজায়..
আঠু কাঢ়ি
ৰিঙ্গা কাঢ়ি
চালে
যদুৰাই..
যশোৱা
আইৰে আন্ধাৰ
ৰাতি
পোহৰাই..
কি পূণ্য
সাধি
নন্দ
ৰাজা
নন্দ-ৰানী !
কি পূণ্য
সাধি
নন্দ
ৰাজা
নন্দ-ৰানী !
তোমাক
লভিলে পুত্ৰ
অহে
চক্ৰপাণি
লৰু হাতে
গৰু চাৰি !
সুৰা
বেণু গাই..
যশোৱা
আইৰে আন্ধাৰ
ৰাতি
পোহৰাই..
আঠু কাঢ়ি
ৰিঙ্গা কাঢ়ি
চালে
যদুৰাই..
যশোৱা
আইৰে আন্ধাৰ
ৰাতি
পোহৰাই..
বসুদেৱ দৈৱকী দুয়োৰো
শিকলি
খহাই !
বসুদেৱ দৈৱকী দুয়োৰো
শিকলি
খহাই !
পোতাশালো জ্বালায় নুমি
আহিলা
পলাই !
কালৈনো কৰিলা ভয়
নাজানো
গোসাই !
যশোৱা
আইৰে আন্ধাৰ
ৰাতি
পোহৰাই..
আঠু কাঢ়ি
ৰিঙ্গা কাঢ়ি
চালে
যদুৰাই..
যশোৱা
আইৰে আন্ধাৰ
ৰাতি
পোহৰাই..
যশোৱা
আইৰে আন্ধাৰ
ৰাতি
পোহৰাই..
যশোৱা
আইৰে আন্ধাৰ
ৰাতি
পোহৰাই.. ৷৷
বোলছবি/এলবাম: মৰম
গায়ক/গায়িকা: নমিতা ভট্টাচাৰ্য্য
পৰিচালক : দ্বিবন
বৰুৱা
সংগীত পৰিচালক: ৰমেন বৰুৱা
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত
শইকীয়া)
No comments:
Post a Comment