Assamese Song: Ghit
Mit Endharor
Album: Nayanmani
Singer: Bhupinder
& others
Music Director: Jeetu Tapan
Lyrics: Suprabha
Devi
Year: 1981
পুৰুষ:- ওঁ
ওঁ ওঁ.. (আলাপ)
ঘিটমিট
আন্ধাৰৰ
এই নিমাত
ৰাতি
জোনাকী
পৰুৱা
সৌ
জিকমিকনি ..
দুয়োৱে
দুয়োকো.. আদৰে !
জিলমিল সৌ
আকাশৰপৰা...
নোচোৱা কিয়
বাৰু ..এবাৰ ?
মই যে
তোমাৰেই কাষতেই
অ’...
মই যে তোমাৰেই কাষতেই
ঘিটমিট
আন্ধাৰৰ
এই নিমাত
ৰাতি
আনসকল:- আ....(আলাপ)
→ ৩
পুৰুষ:- দিনৰ
পোহৰ..
ৰাতিৰ
এন্ধাৰ..
সুখ-দুখ
জীৱন
নাটতেই
থাকে !
এইয়া যে !
আনসকল:- আ....(আলাপ)
পুৰুষ:- নহয়
আজি
আনসকল:- আ....(আলাপ)
পুৰুষ:- এইয়া
যে [নাৰীসকল: আ....(আলাপ)]
নহয়
আজি[নাৰীসকল:-আ....(আলাপ)]
যুগ
যুগ কৰি আছে[নাঃ: আ.(আলাপ)]
দুয়োৱে
দুয়োকো আদৰে
ঘিটমিট
আন্ধাৰৰ
এই নিমাত
ৰাতি
কান্দিব
জানিলে
হেজাৰ
দুখৰে..
কান্দিব
জানিলে
হেজাৰ দুখৰে..
তাতেই
শান্তনা আছে...
চকুৰ
পানী..
প্ৰতিটোপালৰ..
চকুৰ
পানী..
প্ৰতিটোপালৰ..
সঁচা দৃঢ়তা
থাকে !
দুয়োৱে
দুয়োকো আদৰে
ঘিটমিট
আন্ধাৰৰ
এই নিমাত
ৰাতি
আনসকল:- আ....(আলাপ)
পুৰুষ:- সেই
জীৱন..
বৰ
যে ভাল..
জীয়াই
থাকিব
জানিলে...
এই
আন্ধাৰো[সকলোৱে:-আ....(আলাপ)]
বৰ
যে ভয়[সকলোৱে:- আ....(আলাপ)]
এই
আন্ধাৰো[নাৰীসকল:- আ....(আলাপ)]
বৰ
যে ভয় [নাৰীসকল:- আ....(আলাপ)]
নিজকেই
নি অৱশ মানিলে.[নাঃ:- আ.(আলাপ)]
দুয়ো:- ওঁ
ওঁ ওঁ.. (আলাপ)
ওঁ
ওঁ ওঁ.. (আলাপ)
ওঁ
ওঁ ওঁ.. (আলাপ)
বোলছবি/এলবাম: নয়নমণি
গায়ক/গায়িকা: ভুপিন্দৰ
আৰু লগৰীয়াসকল
সংগীত পৰিচালক: জিতু-তপন
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত শইকীয়া)
No comments:
Post a Comment