Assamese Song: Mur
Daan Haat Meli Lua
Album: Morom
Singer: Dwipen
Boruah
Music Director: Ramen Baruah
Year: ?
ওঁ.....
মোৰ.. দান....!
হা..ত মেলি লোৱা..
তোমাৰ কাৰণে..
সজালোঁ..
পৰাইলোঁ..
লোৱা... তুলি লোৱা...
মোৰ দান
হাত মেলি লোৱা
তোমাৰেই কাৰণে
সজালোঁ
পৰাই
মোৰ
লোৱা !
তুলি লোৱা ;
মোৰ দান
হাত মেলি লোৱা
তোমাৰেই কাৰণে
সজালোঁ
পৰাই
মোৰ
লোৱা !
তুলি লোৱা ৷
বৰ
হেঁপাহেৰে
চকুপানী
টু..কোঁ তোমালে
তুমি
ভাল পোৱা !
পাহি
পদুমৰে
এইয়ে
নহয় জানো
কুমলীয়া !
লাজ তুমি কোৱা
মোৰ দান..!
হাত মেলি লোৱা..
তোমাৰ কাৰণে
সজালোঁ
পৰাই
লোৱা.. তুলি লোৱা...
মোৰ.. বাবে আছে..
পলাশৰে
হাঁহি
ৰাতি.. দুপৰীয়া !
নিজানৰ
বাঁহি !
সেয়ে !
মোৰ সপোন
উৰনীয়া !
সুৰ হেৰা কোৱা
মোৰ দান..!
হাত মেলি লোৱা..
তোমাৰ কাৰণে
সজালোঁ
পৰাই
লোৱা তুলি লোৱা...
লোৱা তুলি লোৱা..৷৷
বোলছবি/এলবাম: মৰম
গায়ক/গায়িকা: দ্বীপেন
বৰুৱা
সংগীত পৰিচালক: ৰমেন
বৰুৱা
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত শইকীয়া)
No comments:
Post a Comment