Assamese Song: Jiliki
jilika
Album: Dr.
Bezbaruah
Singer: Dwipen
Barua
Director: Brojen Barua
Music Director: Ramen
Baruah
Year: 1969
১ম পুৰুষ :- জিলিকি
জিলিকা তৰা আকাশৰে !
চিটিকি যদিহে
কাষৰতে পৰে !
পলকতে লোৱা
বুটলি !
এ সময়ৰ
টিকনি
আগফালে উৰে
মামা !
জিলিকি
জিলিকা তৰা আকাশৰে
চিটিকি যদিহে
কাষৰতে পৰে
পলকতে লোৱা
বুটলি !
এ সময়ৰ
টিকনি
আগফালে উৰে
মামা !
জিলিকি
জিলিকা তৰা আকাশৰে
হা..
ঔ ঔ বাইদেউ
!
জীৱনৰ পিচল
বাট
খোজ দিবা
লাহেকৈ
ঔ ঔ বাইদেউ
!
২য় পুৰুষ: ঔ
ঔ বাইদেউ !
১ম পুৰুষ :- সেই
বাটত তোমালৈ
দুটি মানুহ
আছে ৰৈ
ঔ ঔ বাইদেউ
!
২য় পুৰুষ: ঔ
ঔ বাইদেউ !
১ম পুৰুষ :- এজনে
ছবি আঁকি, ৰাখে নৰম দাঢ়ি !
হে আনজনে
আলু বেচি চলায় ফিয়েট গাড়ী
বাইদেউ !
এতিয়াই ভাবা
২য় পুৰুষ: হা..
১ম পুৰুষ :- ততালিকে
ভাবা !
২য় পুৰুষ: হা..
১ম পুৰুষ :- জীৱনৰ
ডোলেৰে কাক বান্ধিবা ?
নাৰী : কাকনো
বান্ধিম কৈ দিয়া দাদা !
১ম পুৰুষ :- পটেত'ৱালা জিনছ পাইপ পিন্ধা
জীৱনৰ
ডোলেৰে এতিয়াই বান্ধা
ঔ ঔ বাইদেউ
!
জীৱনৰ খেলা,
নকৰিবা হেলা !
ৰঘুমলা হৈ
তুমি এতিয়াই বান্ধা বাইদেউ
পটেত'ৱালা জিনছ পাইপ পিন্ধা
নাৰী:- হা..
?!
১ম পুৰুষ :- ঔ
ঔ কাইটি !
এই দাঢ়ি
এতিয়াই কাটি পেলোৱা
২য় পুৰুষ: এ:
১ম পুৰুষ :- তাৰে
তুমি সাতডাল ব্ৰাছ বনোৱা
২য় পুৰুষ: এ:
১ম পুৰুষ :- আঠঅনা
পইচাৰে তিন টকা পাবা
হে, এক
লিটাৰ মিঠাতেল তুমি কিনি ল’বা
২য় পুৰুষ: মিঠাতেল
কিনি মই কি কৰিম দাদা ?
১ম পুৰুষ :- বৰ
বৰ ইঞ্জিনত তেল দি যাবা
ইঞ্জিনৰ
মাতষাৰ তেতিয়াহে পাবা
পালে মাত
জীৱনৰ পখিলা পাবা
নাৰী:- ঔ
ঔ ভাইটি কি হ’ব খুচুৰাম
যদি নাই
ইনকাম ?
সমস্বৰে:- মণিৰামে
ৰাম ৰাম !
মণিৰামে
ঠেলিলেহে জীৱনৰ ঘাট পাম ৷৷
বোলছবি/এলবাম: ড৹
বেজবৰুৱা
গায়ক/গায়িকা. দ্বিপেন
বৰুৱা
পৰিচালক : ব্ৰজেন বৰুৱা
সংগীত পৰিচালক: ৰমেন
বৰুৱা
মুক্তি: ১৯৬৯ চন
(ইউনিক’ড ৰূপান্তৰ:অনামিকা বৰা আৰু দিগন্ত শইকীয়া)
No comments:
Post a Comment