Assamese Song: Purna
Gharat
Album: Jibon
Surobhi
Singer: Santa
Sharma
Music Director: Bhupen Hazarika
Lyrics : Hemanta
Dutta
Year: 1984
পূৰ্ণ ঘৰত..
শূণ্য হৃদয়
যেন সূৰ্য্যবিহীন... দিন
দুহাততে অনেক ফুল..
পিছে সুগন্ধবিহীন..
(সমস্বৰে:- আ... আলাপ )
চৌদিশ ! পোহৰেই পোহৰ
মোৰহে মাথো অন্ধকাৰ..!
ওখ জ্যোতিৰে.. জ্বলিও
ভৰিত আছে মোৰ ঘৰ
(সমস্বৰে:- আ... আলাপ )
চৌদিশ পোহৰেই পোহৰ
মোৰহে মাথো অন্ধকাৰ..!
(সমস্বৰে:- আ... আলাপ )
পোহৰ মাজতে
আছোঁ
যে মই
সকলো দুহাতে
সাৱতি লৈ
ঘনে ঘনে
পূৰ্ণ
ঘৰ..
তাতেই
আদৰৰ মাত...!!
তুমি সহাৰি পাই
তুমি বাৰু
আছাঁ ক’ত
?
তুমি বাৰু
আছাঁ
ক’ত ?
তুমি বাৰু !
আছাঁ
ক’ত ?!
সোণৰ হাতত
সোণোৱালী
নাও
তুমিবিনে
তাক
অকলে বাওঁ
কুসুম পাপৰি
সিঁচি
দিবলে
যেতিয়া
বঢ়াও হাত....!!
তোমাক
নেপাও তাত !
তুমি বাৰু
আছাঁ
ক’ত ?
তুমি বাৰু !
আছাঁ
ক’ত ?
তুমি বাৰু !!
আছাঁ
ক’ত ?!
বোলছবি/এলবাম: জীৱন
সুৰভি
গায়িকা: শান্তা শৰ্মা
সংগীত পৰিচালক: ভূপেন
হাজৰিকা
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত শইকীয়া)
No comments:
Post a Comment