Assamese Song: Du
Hatote Disha Muk Phool
Album: Geetimalika / Srimoti Mohimamyee
Singer: Dolly
Ghosh
Music Director: Kola Boruah,Atul Medhi
Lyrics :- Nirmal
Prabha Bordoloi
Year: ?
ওঁ হো.... (আলাপ)
ওঁ হো.... (আলাপ)
দুহাততে !
দিছা মোক ফুল !
দিছা মোক ফুল !
ভাষা নাই মোৰ..
ওলগৰে...
জীৱনত...!
দিছা শুভাশিষ
পাহি মেলি যেন..
উৰিবলে..
পাহি মেলি যেন.. !
উৰিবলে..
৷
বৰ ভাল লগা !
গভীৰ
মৰম..
অৰ্থময় হ’ল
এধানি
জীৱন..
দিছাহি বাতৰি
শিহৰণ
আছে !
দিছাহি বাতৰি !
বহু
ৰং আছে ;
মোহনীয়া !
জোনাকী
মৰম
কিযে অপৰূপ
হৃদয়ৰে..
কিযে অপৰূপ !
হৃদয়ৰে..
মই এটি জুৰি !
বনৰে
বুকুত ..
বৈ যাব খোজোঁ !
সাগৰ
ধিয়াই.. ৷
মই এটি জুৰি !
বনৰে
বুকুত ..
বৈ যাব খোজোঁ !
সাগৰ
ধিয়াই..
কত জান-জুৰি
বাটতে
হেৰাল !
কত ফুল কলি
নুফুলি
শুকাল !
মোহনীয়া !!
জোনাকী
মৰম
কিযে অপৰূপ !
হৃদয়ৰে..
কিযে অপৰূপ !
হৃদয়ৰে..
দুহাততে !
দিছা মোক ফুল !
দিছা মোক ফুল !
ভাষা নাই মোৰ..
ওলগৰে...
ভাষা নাই মোৰ..
ওলগৰে...
৷৷
বোলছবি/এলবাম: গীতিমালিকা/শ্ৰীমতী
মহিমাময়ী
গায়ক/গায়িকা: ডলি
ঘোষ
সংগীত পৰিচালক: কুল
বৰুৱা, অতুল মেধী
ৰচনা :- নিৰ্মলপ্ৰভা বৰদলৈ
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত শইকীয়া)
No comments:
Post a Comment