Assamese Song: Aamare
Moina
Album: Bowari
Singer: Samar
Hazarika
Music Director: Upen
Kakati
Year: 1979
পুৰুষ:- ইযে
ৰণাঙ্গনৰ কাহিনী
কাণ পাতি
শুন
কোন ক’ত
আছ
ইযে নহয়
নহয় ধেমালি..
আস্ফালনত !
মেদিনী
কঁপাই !
শত্ৰুসেনা
আহিলি..
পদাঘাতৰ..
মাতৃ হৃদয় !
তেজৰ
কালিমা সানিলি
ইযে নহয়
নহয় ধেমালি..
নাৰীসকল:- আ...(আলাপ)
পুৰুষ:- কোনোৰে
বয়স
পঁচিশ
ও নাপালি
আশাৰ
সূৰ্য্য
ডাৱৰে
ঢাকিলি
মাতিছে
ৰণলে বুলি...
বুকুৰ
পোণাটি
উভতি আহিব
কত মাতৃয়ে
বিয়া পাতি
দিব
আশাটি
বুকুতে ললি...
ইযে নহয়
নহয় ধেমালি..
হিমালয়ত !
ৰণাঙ্গনত !
আমাৰো ডেকা
ওলালি !
হাঁহি
হাঁহি
বিদায় জনালে
শত যে
শুভ্ৰ শেৱালি..
ইযে নহয়
নহয় ধেমালি..
নাৰীসকল:- আ...(আলাপ)
পুৰুষ:- আইক
ৰাখিবলে
সসস্ত্ৰ ওলালি!
বীৰৰ
সাজেৰে
নিজকে
সজালি
আশিষ
বুকুতে ললি..
আমাৰে
ডেকাটি
উভতি
আহিব
দেশৰে
শত্ৰু
দুহাতে
নাশিব
আইৰে
হাঁহি জ্বলালি...
ইযে
ৰণাঙ্গনৰ কাহিনী
কাণ পাতি
শুন
কোন ক’ত
আছ
ইযে নহয়
নহয় ধেমালি..
ইযে নহয়
নহয় ধেমালি.....৷৷
বোলছবি/এলবাম: বোৱাৰী
গায়ক/গায়িকা: সমৰ
সাজৰিকা
সংগীত পৰিচালক: উপেন
কাকতী
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত শইকীয়া)
No comments:
Post a Comment