Assamese Song: Jouboney
Ongo Purey
Album: Protihudh
Singer: ***
Music Director: Dr. Bhupen
Hazarika
Year: 1986
/ 1987
যৌৱনে অঙ্গ পোৰে
পোৰে..
যৌৱনে অঙ্গ পোৰে
যৌৱনে ..!
অঙ্গ পো..ৰে
যৌৱনে ..!
অঙ্গ পো..ৰে
যৌৱনে অঙ্গ পোৰে
পোৰে..
যৌৱনে অঙ্গ পোৰে
অঙ্গে অঙ্গে
মোৰ জ্বলন্ত জুই
কামনাই বলিয়া কৰে..
যৌৱনে
অঙ্গ পোৰে...
যৌৱনে অঙ্গ পোৰে
পোৰে
যৌৱনে অঙ্গ পোৰে
মোৰ বেহলতা কুসুমকলি
বনে
বনে বিচাৰোঁ বুলি
বৰ আলসুৱা
কুসুমকলি মোৰ !
বৰ আলসুৱা
কুসুমকলি মোৰ !
লাহে লাহে চোৱানা
উঠিছে
ফুলি
লাহে লাহে চোৱানা
উঠিছে
ফুলি
বাসনাই আমনি কৰে
বাসনাই আমনি কৰে
কৰে
বাসনাই আমনি কৰে ৷৷
বোলছবি/এলবাম: প্ৰতিশোধ
গায়ক/গায়িকা: ?
সংগীত পৰিচালক: ভূপেন
হাজৰিকা
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত শইকীয়া)
No comments:
Post a Comment