Assamese Song: Sunti
Sunti Sunai Oi (Bihu geet)
Album: Chik
Mik Bijuli
Singer: Krishna
Das,Kabita Hazarika,Sudakshina
Sharma,Bharati
Das, Moni Bhrua et al
Music Director: Bhupen Hazarika
Year: 1969
(বিহু গীত)
প্ৰথম নাৰী :- সোণ
সোণ সোণটি সোণাই ঐ
সকলোৱে:- ইমাননো
ধুনীয়াকৈ !
প্ৰথম নাৰী :- সোণ
সোণ সোণটি সোণাই ঐ
সকলোৱে:- কোনেনো
সৰজিলে ?
প্ৰথম নাৰী :- সোণ
সোণ সোণটি সোণাই ঐ
সকলোৱে:- চাই
যা আমালৈ
মই চাওঁ তোমালৈ
চাইনো
চাই কৰিবা কি ?
প্ৰথম নাৰী :- এ..
চিতে চিতে কৰি
এ
ভনীটি !
সকলোৱে:- ও
নো যুৰি তাঁতৰ সূঁতা !
প্ৰথম নাৰী :- এ..
তাঁতে বৈ আছিলা
এ ভনীটি !
সকলোৱে:- ও
নো যুৰি তাঁতৰ সূঁতা !
প্ৰথম নাৰী :- এ..
দ্ৰপদি বোৱালা মাত ভনীটি !
সকলোৱে:- ও
নো যুৰি তাঁতৰ সূঁতা !
তাঁতৰ
পাতত বহি আইতা !
চেনেহৰে
দীঘে দি ঐ !
মৰমৰে
বানিনো বৈ !
ফুলামনোকৈ
বিহুৱান ঐ !
কালৈনো
ঐ বৈছিলা তুমি ৷
প্ৰথম নাৰী :- এ..
এনেখন বিহুৱান
এ
ভনীটি !
সকলোৱে:- ও
নো যুৰি তাঁতৰ সূঁতা !
প্ৰথম নাৰী :- এ,,
দিয়া দলিমাৰি
এ
ভনীটি !
সকলোৱে:- ও
নো যুৰি তাঁতৰ সূঁতা !
প্ৰথম নাৰী :- এ...
মেৰিয়াই লওঁএ মই
গাত
ভনীটি !
সকলোৱে:- ও
নো যুৰি তাঁতৰ সূঁতা !
তাঁতৰ
পাতত বহি আইতা !
চেনেহৰে
দীঘে দি ঐ !
মৰমৰে
বানিনো বৈ !
ফুলামনোকৈ
বিহুৱান ঐ !
কালৈনো
ঐ বৈছিলা তুমি ৷
প্ৰথম নাৰী :- ঢেক্
ঢেক্ ঢেকী দে
ঢেকী
দে !
সকলোৱে:- ঢেকী
দে অ’ মাজনি !
ঢেকী
দে অ’ মাজনি !
হাতত
কুলা চালনী লৈ !
ঢেক্-ঢেকী
দি থাকোতে
পলাই
তই নাযাবি !
পলাই
তই নাযাবি !
ভৰিব
লাগিব ধন !
ভ-ভৰিলে
ভৰি যাম !
নগদ
বাৰ কুৰি
(হে)
নগদ বাৰ কুৰি !
ছাগলীনো
বেপাৰৰ ধন !!
বোলছবি/এলবাম: চিক্মিক্
বিজুলি
গায়ক/গায়িকা: কৃষ্ণা
দাস,কবিতা হাজৰিকা,
সুদক্ষিণা
শৰ্মা আৰু লগৰীয়াসকল
সংগীত পৰিচালক: ড৹
ভূপেন হাজৰিকা
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত শইকীয়া)
No comments:
Post a Comment