Assamese Song: Tumar
Kopalotey (Duet)
Album: Ghar
Sonsar
Singer: Malobika
Barua & Samar Haxarika
Music Director: Basanta Manik
Year: 1982
পুৰুষ :- তোমাৰ
কপালতে
দিলোঁ
মৰমেৰে...
ৰঙা তিলক
এটি ..!
যাউতি..যুগীয়া..!
নাৰী :- এয়ে
হ’ব জীৱনৰ..
শান্তি
প্ৰবিত্ৰ প্ৰকাশ...
হওঁ
যদি কেতিয়াবা..
অকলশৰীয়া
!
পুৰুষ :- যিদৰে
সাগৰখনি
জোৱাৰত
নাচি নাচি
মহামিলনৰ
গায় গীতি !
নাৰী :- মই
দিলোঁ প্ৰতিশ্ৰুতি
নিবিৰে
তমসা ৰাতি
মৰমেৰে
ৰাখিম সাৱতি,
এয়ে
হ’ব জীৱনৰ..
শান্তিৰ
প্ৰবিত্ৰ প্ৰকাশ..
হওঁ
যদি কেতিয়াবা..
অকলশৰীয়া
!
সময়
নদীৰ গতি
দুয়ো
যাম উতিম বুলি
অনাদিন
ৰঙচ’ৰালৈ
পুৰুষ :- শতকাল
ধুমুহাই
সুখৰ
আকৰ দেখি
লাজ
পাই যাব দূৰলৈ..
নাৰী :- এয়ে
হ’ব জীৱনৰ..
শান্তিৰ
প্ৰবিত্ৰ প্ৰকাশ...
হওঁ
যদি কেতিয়াবা..
অকলশৰীয়া
!
ৰং
ৰূপ কিনো হায় !
মাথো
দুদিনতে যায়
থাকি
যায় স্মৃতি যুগমীয়া
পুৰুষ :- বুকুৰ
উমেৰে গঢ়া
কলিজাৰ
সুখ তৰা
দুয়ো:- যুগে
যুগে হ’ম লগৰীয়া.. !
হওঁ
যদি কেতিয়াবা !!
অকলশৰীয়া
!
ওঁ..
ওঁ.... ৷৷
বোলছবি/এলবাম: ঘৰ-সংসাৰ
গায়ক/গায়িকা: মালবিকা
বৰুৱা আৰু সমৰ হাজৰিকা
সংগীত পৰিচালক: বসন্ত
মাণিক
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত শইকীয়া)
No comments:
Post a Comment