Assamese Song: Ki
Naam Di Matim
Album: Dr.
Bezbaruah
Singer: Dwipen
Barua & Nirmala Mishra
Director: Brojen Barua
Music Director: Ramen
Baruah
Year: 1969
নাৰী :- কি নাম দি মাতিম ?
মাতিম
তোমাক ?
নিবিড়
গোপন কিযে মায়া !
কি
নামৰে সোণ পৰশত
স্বৰ্ণালীহৈ
দিয়া
পুৰুষ :- যি
নাম দি মাতা
সেয়ে
মিঠা !
জীৱনৰ
মৰুৰ তুমি ছাঁয়া !
চম্পা
বনৰ
সুবাস
লাগি !
উন্মনা মন হিয়া !
নাৰী :- কি
নাম দি মাতিম ?
মাতিম
তোমাক ?
নাৰী :- মন
আজি মোৰ যায় হ’বলৈ
!
পলাশৰ
এটি ফুল !
জোনাকী
সুৰ..
পুৰুষ :- মন
আজি মোৰ যায় হ’বলৈ !
পলাতক
এটি ভুল
বিচাৰি
মৌ !
নাৰী :- ৰৈ
যা ফাকি মৌ !
হয়েই
উন্মন !
ফুলে
ফুৰে উৰণীয়া !
পুৰুষ :- চম্পা
বনত
সুবাস
লাগি !
উন্মনা মন হিয়া !
নাৰী :- কি
নাম দি মাতিম ?
মাতিম
তোমাক ?
নাৰী :- স্বপ্নালী
মোৰ যে নয়নক
চন্দ্ৰ
যে আনক, গোপনে মোৰ..
পুৰুষ :- তুমি
দিলা মন শিহৰণ
ৰিক্ত
হৃদয়ত !
সিঁচিলা
ফুল,
নাৰী :- মনৰে
নয়ন !
স্বপ্ন
বিভোৰ
ৰঙে
ৰঙে মোহনীয়া !
পুৰুষ :- চম্পা
বনত
সুবাস
লাগি !
উন্মনা মন হিয়া !
নাৰী :- কি
নাম দি মাতিম ?
মাতিম
তোমাক ?
নিবিড়
গোপন কিযে মায়া !
কি
নামৰে সোণ পৰশত
স্বৰ্ণালীহৈ
দিয়া ৷৷
বোলছবি/এলবাম: ড৹
বেজবৰুৱা
গায়ক/গায়িকা: দ্বিপেন
বৰুৱা আৰু নিৰ্মলা মিশ্ৰ
পৰিচালক : ব্ৰজেন বৰুৱা
সংগীত পৰিচালক: ৰমেন
বৰুৱা
মুক্তি: ১৯৬৯ চন
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত শইকীয়া)
No comments:
Post a Comment