Assamese Song: Amej
Bhora
Album: Jibon
Surobhi
Singer: Arun
Das
Music Director: Bhupen Hazarika
Year: 1984
আমেজ ভৰা
আঁউসীৰে
ৰাতি !
মোৰ
সতে কোনো নাই !
পাহৰিম মই নিসংগ দুখ !
পাহৰিম মই নিসংগ দুখ !
তোমাক
কাষতে পাই
আমেজ ভৰা
আঁউসীৰে
ৰাতি
মোৰ
সতে কোনো নাই !
বহু ঘৰত.. জ্বলিছে চাকি !
বহু
আছে.. আন্ধাৰে ঢাকি !
কাৰো মুখত ফুটিছে হাঁহি !
কোনো
আছে.. চকুলো টুকি !
মোৰ বাবে সকলো হাঁহি
মোৰ বাবে. সকলো হাঁহি
ইয়াতে
আছে লুকাই !
আমেজ ভৰা
আঁউসীৰে
ৰাতি
মোৰ
সতে কোনো নাই !
(হা: হা:....)
নিয়ৰ সৰে.. দুবৰি
ভৰি
গলি
পৰে ধূলিকে চুই
চগা ল’ৰে..
চাকিৰে বুলি
প্ৰেমৰ
ৰাগি দুবাহু খুলি !
সঁচা প্ৰেমৰ প্ৰকৃত সুখ !
সঁচা প্ৰেমৰ প্ৰকৃত সুখ !
তোমাৰ
মাজতে পাই !
আমেজ ভৰা
আঁউসীৰে
ৰাতি
মোৰ
সতে কোনো নাই !!
বোলছবি/এলবাম: জীৱন
সুৰভি
গায়ক/গায়িকা: অৰুণ
দাস
সংগীত পৰিচালক: ভূপেন
হাজৰিকা
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত শইকীয়া)
No comments:
Post a Comment