Assamese Song: Jonali
Jodi Tumi
Album: Morom
Singer: Dwipen
Boruah & Namita Bhattacharyya
Music Director: Ramen Baruah
Year: ?
পুৰুষ :- জোনালী
যদি তুমি
মোৰ শাৰদী
আকাশৰ..
জোনালী যদি
তুমি
মোৰ শাৰদী
আকাশৰ..
নাৰী :- সোণালী
ঢৌ...ঢৌ..
মোৰ জোনাকী পোহৰৰ ..
মোৰ
জোনাকী পোহৰৰ ..!
পুৰুষ :- জোনালী
যদি তুমি
মোৰ শাৰদী
আকাশৰ.. ৷
নাৰী :- ঢৌ
যদি জোৱাৰ হয়
জোনাকে
নাচে....
পুৰুষ :- জোৱাৰে
যে জোনাকক
মৰম
যাচে !
নাৰী :- অ’..অ’..
ঢৌ
যদি জোৱাৰ হয়
জোনাকে
নাচে....
পুৰুষ :- জোৱাৰে
যে জোনাকক
মৰম
যাচে !
দুয়ো :- মৰমে
গোপনে পাতে
সপোনৰে
ঘৰ !
পুৰুষ :- জোনালী
যদি তুমি
মোৰ শাৰদী
আকাশৰ..
জোনালী যদি
তুমি
মোৰ শাৰদী
আকাশৰ..
নাৰী :- মন
যদি মিলি যায়
সেয়েতো
মিলন..!
পুৰুষ :- পণ
যদি একে হয়..
সেয়েতো
জীৱন
নাৰী :- অ’..অ’..
মন
যদি মিলি যায়
সেয়েতো
মিলন..!
পুৰুষ :- পণ
যদি একে হয়..
সেয়েতো
জীৱন
দুয়ো :- যৌৱনে
যে ভাঙি যায়
বাধা
সমুখৰ...
পুৰুষ :- জোনালী
যদি তুমি
মোৰ শাৰদী
আকাশৰ..
জোনালী যদি
তুমি
মোৰ শাৰদী
আকাশৰ..
নাৰী :- সোণালী
ঢৌ...ঢৌ..
মোৰ জোনাকী পোহৰৰ ..
মোৰ
জোনাকী পোহৰৰ ..!
পুৰুষ :- মোৰ
শাৰদী আকাশৰ.. !
নাৰী :- মোৰ
জোনাকী পোহৰৰ !
পুৰুষ :- মোৰ
শাৰদী আকাশৰ.. ৷৷
বোলছবি/এলবাম: মৰম
গায়ক/গায়িকা: দ্বীপেন
বৰুৱা আৰু নমিতা ভট্টাচাৰ্য্য
সংগীত পৰিচালক: ৰমেন
বৰুৱা
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত শইকীয়া)
No comments:
Post a Comment