নাটক – ৰূপালীম্
[জ্যোতিপ্ৰসাদ আগৰৱালা]
অৰ্পণ
মোৰ এই দেখাত
সমন্ধ
নোহোৱা জীৱনৰ ঘটনাৱলীৰ
আভ্যন্তৰীণ
সমন্ধ ৰহস্যৰ আচল
আঁতি-গুৰি
বুজ পাওঁতা....
বাঘজৰী
ধৰোঁতা...
জীৱনৰ অকৃতকাৰ্য্যতাৰ সৌপান শ্ৰেণী
উঠি
গৈ কৃতকাৰ্য্যতাৰ কলচী চোওঁতা...
মোৰ প্ৰতি ফুলকুমলীয়া হৃদয়
শাসন-কঠোৰতাৰে
ঢাকি ৰাখোঁতা
মোৰ
কৰ্ম্মজীৱনৰ সোণৰ সৱিতা
মাজুদেউতা
চন্দ্ৰকুমাৰ
আগৰৱালাৰ
চিৰউজ্জ্বল
স্মৃতিত
শ্ৰীজ্যোতি
(সিপিঠিত)
[ইউনিক’ড ৰূপান্তৰ : দিগন্ত শইকীয়া]
No comments:
Post a Comment