নাটক – কাৰেঙৰ লিগিৰী
[জ্যোতিপ্ৰসাদ আগৰৱালা]
চতুৰ্থ
দৰ্শন
[ৰাজ আলিবাট ।
দুপৰীয়া । টোমে টোমে গাখীৰ ,গুৰ , কোমল চাউল লৈ যোৰে যোৰে মানুহ যাব লাগিছে । কল, কুঁহিয়াৰ
আৰু নানা বয়-বস্তু, হোৰাহোৰে কঢ়িয়াই নি থকা দেখা গৈছে ।
জাকে জাকে পাইকবোৰে কলগছ, বাঁহ ইত্যাদি নানা বস্তু লৈ আহিছে গৈছে । তাৰ মাজে মাজে বৰা, হাজৰিকা, বিষয়া এজন দুজন আহিছে গৈছে । এখন
দোলাত এজন ডাঙৰীয়া আৰোৱানৰ আঁৰ হৈ সেই বাটেদি যায় । ]
(সিপিঠিত)
[ইউনিক’ড ৰূপান্তৰ : দিগন্ত শইকীয়া]
No comments:
Post a Comment