(নাটক: শোণিত কুঁৱৰী)
[জ্যোতিপ্ৰসাদ আগৰৱালা]
গীতটো:-
(কোনে) গছে গছে পাতি দিলে
ফুলৰে শৰাই
ৰাম ৰাম !
ফুলৰে শৰাই !
ফুলৰে শৰাই
ফুলৰে শৰাই
(কোনে) গছে গছে পাতি দিলে
ফুলৰে শৰাই
ৰাম ৰাম !
ফুলৰে শৰাই !
ফুলৰে শৰাই
ফুলৰে শৰাই ৷
কলিয়া ভোমোৰা
গুঞ্জৰি আহে
কলিয়া ভোমোৰা
গুঞ্জৰি আহে
গোন্ধকে ধিয়াই !
ৰাম ৰাম !
গোন্ধকে ধিয়াই !
গোন্ধকে ধিয়াই
গোন্ধকে ধিয়াই ৷
কোনে গোলাপী সখীক
এনে হাঁহি দিলে
ৰূপতে ৰাঙে চৰাই !
কোনে গোলাপী সখীক
এনে হাঁহি দিলে
ৰূপতে ৰাঙে চৰাই !
ওৰণি তলতে
পৰিমল ৰেণু
উৰুৱাই পৱনে
দিলে বিলাই ,
ওৰণি তলতে
পৰিমল ৰেণু
উৰুৱাই পৱনে
দিলে বিলাই ;
(কোনে) গছে গছে পাতি দিলে
ফুলৰে শৰাই
ৰাম ৰাম !
ফুলৰে শৰাই !
ফুলৰে শৰাই
ফুলৰে শৰাই
ফুলৰে শৰাই ৷৷
(ইউনিক’ড ৰূপান্তৰ : দিগন্ত শইকীয়া)
No comments:
Post a Comment