ডেকা: দে উদঙাই দে, ঢালি দে
নাৰী: দে উজাৰি দে, বাকি দে
ডেকা : অ' ৰঙিলি, অ' ব'হাগী
গা অ' বিহুৰে সুৰ...
নাৰী: তাঁতৰে পাততে
মন কিটে কিটায়
মনে চিটে চিটায় মোৰ....
ডেকা: মনে মোৰ পিটে পিটায় মোৰ ...
জক্মকায় ফুলিলে তোৰ
কেতেকী ফুল ফুলিলে তোৰ
কেতেকী !
নাৰী: তোকেনো চাই নাচিলে মন
মালতী মোৰ নাচিলে মন
মালতী !
উতনুৱা মোৰ মন বান্ধৈ
বান্ধোনো কেনেকৈ ?
মনত ঘনে ঘনে পৰে....
মনত ঘনে ঘনে পৰে....
ডেকা: দে হাই ডাল দে সানি দে
দে সাঁচতি দে বান্ধি দে
অ' ৰঙিলি অ' ব'হাগী
গা অ' বিহুৰে সুৰ...
দুয়ো: ভাতৰে বাটতে কি ৰিঙে-ৰিঙায়
নাৰী: মনে চমেচমায় মোৰ..
ডেকা: দেহা ৰমে ৰমায় মোৰ
নাৰী: কাইটিয়ে নিদিয়ে... মোক যাবলৈ..
বিহু গাবলৈ... তোক চাবলৈ
ডেকা: ভাইটিয়ে মোক নিদিয়ে মোক যাবলৈ
তোকে চাবলৈ.. , মৰম দিবলৈ..
নাৰী: মনত মলঙিলে মোৰ মনৰ মাধৈ মালা..
হিয়া পৰিবনে জুৰ...
হিয়া পৰিবনে জুৰ ...
দুয়ো : দে হাই ডাল দে, সানি দে
দে সাঁচতি দে, বান্ধি দে
অ' ৰঙিলি অ' ব'হাগী
গা অ' বিহুৰে সুৰ...
তাঁতৰে পাততে মনটো কিটেকিটায়
নাৰী: মনে চিটে চিটায় মোৰ..
ডেকা: মনে চিটে চিটায় মোৰ
নাৰী: মনে চমে চমায় মোৰ
ডেকা: দেহা ৰমে ৰমায় মোৰ
নাৰী: দে উজাৰি দে, বাকি দে
ডেকা : অ' ৰঙিলি, অ' ব'হাগী
গা অ' বিহুৰে সুৰ...
নাৰী: তাঁতৰে পাততে
মন কিটে কিটায়
মনে চিটে চিটায় মোৰ....
ডেকা: মনে মোৰ পিটে পিটায় মোৰ ...
জক্মকায় ফুলিলে তোৰ
কেতেকী ফুল ফুলিলে তোৰ
কেতেকী !
নাৰী: তোকেনো চাই নাচিলে মন
মালতী মোৰ নাচিলে মন
মালতী !
উতনুৱা মোৰ মন বান্ধৈ
বান্ধোনো কেনেকৈ ?
মনত ঘনে ঘনে পৰে....
মনত ঘনে ঘনে পৰে....
ডেকা: দে হাই ডাল দে সানি দে
দে সাঁচতি দে বান্ধি দে
অ' ৰঙিলি অ' ব'হাগী
গা অ' বিহুৰে সুৰ...
দুয়ো: ভাতৰে বাটতে কি ৰিঙে-ৰিঙায়
নাৰী: মনে চমেচমায় মোৰ..
ডেকা: দেহা ৰমে ৰমায় মোৰ
নাৰী: কাইটিয়ে নিদিয়ে... মোক যাবলৈ..
বিহু গাবলৈ... তোক চাবলৈ
ডেকা: ভাইটিয়ে মোক নিদিয়ে মোক যাবলৈ
তোকে চাবলৈ.. , মৰম দিবলৈ..
নাৰী: মনত মলঙিলে মোৰ মনৰ মাধৈ মালা..
হিয়া পৰিবনে জুৰ...
হিয়া পৰিবনে জুৰ ...
দুয়ো : দে হাই ডাল দে, সানি দে
দে সাঁচতি দে, বান্ধি দে
অ' ৰঙিলি অ' ব'হাগী
গা অ' বিহুৰে সুৰ...
তাঁতৰে পাততে মনটো কিটেকিটায়
নাৰী: মনে চিটে চিটায় মোৰ..
ডেকা: মনে চিটে চিটায় মোৰ
নাৰী: মনে চমে চমায় মোৰ
ডেকা: দেহা ৰমে ৰমায় মোৰ
ভূপেন হাজৰিকাদেৱৰ গীত (দ্বৈত কণ্ঠত)
No comments:
Post a Comment