Assamese Song: Ek Asil Roja
Film: Anutaap
Singer: Khagen Mahanta
Music Director: Jeetu -Tapan
Lyrics:- Nirmalprabha Bardaloi
Year: ?
খ:
মহন্ত: এক আছিল ৰজা
তেওঁৰ ৰাণী দুগৰাকী !
এগৰাকী লাগী আনগৰাকী এলাগী ,
এক আছিল ৰজা
তেওঁৰ ৰাণী দুগৰাকী !
এগৰাকী লাগী আনগৰাকী এলাগী
লাগী আই কুঁৱৰী সাইলাখ গোঁসানী
লাগী আই কুঁৱৰী সাইলাখ গোঁসানী
এলাগী লচপচি ! ৰচকী নাচনী !
এলাগী লচপচি ৰচকী নাচনী ..
এক চকু চৰহাৰ ফান্দত পৰি ৰজাই !
চকু চৰহাৰ ফান্দত পৰি ৰজাই !
লাগীলৈ পিঠি দি এলাগীক ললে চপায়…
ইফালে কন্যা এটি
জনম দি লাগী !
পৃথিৱীৰ পৰা গ'ল বিদায় মাগি.... !
মইনা: তাৰপিচত…..
খ:মহন্ত: তাৰপিচত মইনাহঁত কোন কিটো হ'ল
তাৰপিচত মইনাহঁত কোন কিটো হ'ল
ককাদেউতাক আহি কন্যাটি
লৈ গ'ল
ককাদেউতাক আহি কন্যাটি
লৈ গ'ল
ইতিমধ্যে ৰজাই লিগিৰাৰ
মুখে
ইতিমধ্যে ৰজাই লিগিৰাৰ
মুখে
সকলো শুনি লৈ খঙে
বেজাৰে দুখে..
এলাগীক খেদি দি কন্যাটিক মাগি
পঠাইকে মোক দি
ঘোৰা বাগি
এক আছিল ৰজা
তেওঁৰ ৰাণী দুগৰাকী !
এগৰাকী লাগী আনগৰাকী এলাগী ,
এক আছিল ৰজা
তেওঁৰ ৰাণী দুগৰাকী !
এগৰাকী লাগী আনগৰাকী এলাগী
এক আছিল ৰজা
তেওঁৰ ৰাণী দুগৰাকী !
এগৰাকী লাগী আনগৰাকী এলাগী ,
এক আছিল ৰজা
তেওঁৰ ৰাণী দুগৰাকী !
এগৰাকী লাগী আনগৰাকী এলাগী
এক আছিল ৰজা
তেওঁৰ ৰাণী দুগৰাকী !
এগৰাকী লাগী আনগৰাকী এলাগী ,
এক আছিল
ৰজা
তেওঁৰ ৰাণী দুগৰাকী !
এগৰাকী লাগী আনগৰাকী এলাগী ৷৷
বোলছবি/এলবাম: অনুতাপ
গায়ক/গায়িকা: খগেন মহন্ত
সংগীত পৰিচালক: জিতু-তপন
কথা : নিৰ্মলপ্ৰভা বৰদলৈ
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত শইকীয়া)
[ বি:দ্ৰ:- গীতটো শুনি লিখা, কিবা ভুল দেখিলে আঙুলিয়াই দেখুৱাই দিয়ে যেন ]
No comments:
Post a Comment