অনুসন্ধান আকাংক্ষাত

Friday, September 14, 2012

সোণৰে পাখি মেলি



সোণৰে পাখি মেলি

          মনে তৰা

সোণৰ পাখি মেলি

          মনে তৰা

আহ অ টোপনি

          জোনবাইৰ পৰা

সোণৰ পাখি মেলি অ মনে তৰা

স্বৰ্গদেউৰ ঘুমটি

          কোনে কাঢ়ি নিলে

          নজপাই চকুৰে পাহি ৷



[জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত-কৱিতা]
[ইউনিকড ৰূপান্তৰ:  দিগন্ত শইকীয়া]
+++++++++++++++++++++

No comments: