অনুসন্ধান আকাংক্ষাত

Friday, September 7, 2012

তেজপুৰ বিশ্ৱবিদ্যালয় সঙ্গীত






অগ্নিগড়ৰ স্থাপত্য, কলীয়াভোমোৰাৰ সেঁতু নিৰ্মাণ

জ্ঞান জ্যোতিৰ্ময়

সেহি স্থানতে বিৰাজিছে তেজপুৰ বিশ্ৱবিদ্যালয় |




ভূ-গৰ্ভৰ পৰা গ্ৰহ নক্ষত্ৰ গণনাৰে কৰোঁ বিচৰণ

বিজ্ঞান জোঁৱাৰৰ অগ্ৰগতিক আহুতিৰে কৰোঁ ৰূপায়ন

আয়ত্ব কৰি কলা-কৌশল

কৰি যাঁও দিক-নিৰ্নয়

মানৱ্তাৰ ধ্যানৰ প্ৰ্তীক তেজপুৰ বিশ্ৱবিদ্যালয়

তেজপুৰ বিশ্ৱবিদ্যালয়




বৰলুইত বৈ যায় কাষেদি আমাৰ

সেই শক্তিৰে উজ্বলাম দুটি পাৰ

সোপান বগাম তীব্ৰ গতিৰে

প্ৰযুক্তিবিদ্যাৰে হৈ নিৰ্ভয়

জীৱন যুঁজত বিজ্ঞান সাৰথি তেজপুৰ বিশ্ৱবিদ্যালয়

তেজপুৰ বিশ্ৱবিদ্যালয়




(কথা আৰু সুৰ : ড০ ভূপেন হাজৰিকা) 
(ইউনিক'ডীয় ৰূপান্তৰ - দীপাংকৰ চেতিয়া)

No comments: