অনুসন্ধান আকাংক্ষাত

Saturday, September 8, 2012

নতুন পুৰুষ নতুন পুৰুষ





নতুন পুৰুষ

নতুন পুৰুষ

তুমিতো নোহোৱা আৰু

ভীৰু পুৰুষ

হাতে কামে আজি যদি

নোহোৱা পুৰুষ

কাইলৈ হবা তুমি

পুৰণি পুৰুষ

নতুন পুৰুষ

নতুন পুৰুষ

তুমিতো নোহোৱা আৰু

ভীৰু পুৰুষ

হাতে কামে আজি যদি

নোহোৱা পুৰুষ

কাইলৈ হবা তুমি

পুৰণি পুৰুষ

নতুন পুৰুষ

নতুন পুৰুষ

অগনন উজ্বল ডেকা সু-পুৰুষ

আৰু আশা ভৰা দৃষ্টিৰ গাভৰুৰ মুখ

মানব পথত আজি

জিলিকী উথে

সেয়ে মোৰ মৰমৰ

নতুন পুৰুষ

নতুন পুৰুষ

নতুন পুৰুষ


.....


যুগে যুগে যুগৰ দাবী কঢ়িয়াই

নতুন নতুন পুৰুষ আহিলে

নতুন নতুন পুৰুষ আহিলে

নোপোৱাৰ বেদনাক

ধ্বংস কৰিব বুলি

দেশৰেই ধৰণী কপালে

নোপোৱাৰ বেদনাক

ধ্বংস কৰিব বুলি

দেশৰেই ধৰণী কপালে


.....


মহা মহা পুৰুষৰ

মহা বাটত

কিছু নতুনেও

খোজ পেলালে

নতুনেও খোজ পেলালে

পিছে মহা বাটেও

দেখো অবশেষত

পিছে মহা বাটেও

দেখো অবশেষত

আওবাটে গতি সলালে

আওবাটে গতি সলালে

অগনন উজ্বল ডেকা পুৰুষ

আৰু আশা ভৰা বৃষ্টিৰ গাভৰু

মানব পথত আজি

জিলিকী উথে

সেয়ে মোৰ মৰমৰ

নতুন পুৰুষ

নতুন পুৰুষ

নতুন পুৰুষ


.....


কিছু নতুনে নিজৰ বাটত

হয়তোবা উজুটিহে খালে

হয়তোবা উজুটি খালে

উজুটিৰ আঘাতৰ

তেজ মছি লৈ

হাঁহি হাঁহি পুনু আগুৱালে

হাঁহি হাঁহি পুনু আগুৱালে


....


ভূলেই হওক ভালেই হওক

নতুন নতুন পুৰুষে

নিজেই ঠেকি শিকিলে

নিজেই ঠেকি শিকিলে

হাত সাবটি থকা কাপুৰুষে

তাকে দেখি প্ৰমাদ গনিলে

হাত সাবটি থকা কাপুৰুষে

তাকে দেখি প্ৰমাদ গনিলে

পুৰণি পুৰুষ

নতুন পুৰুষ

নতুন পুৰুষ

তুমিতো নোহোৱা আৰু

ভেৰুকা পুৰুষ

হাতে কামে আজি যদি

নোহোৱা পুৰুষ

কাইলৈ হবা তুমি

পুৰণি পুৰুষ

নতুন পুৰুষ

নতুন পুৰুষ


.....


মুকুতিৰ চিন্তাক

যেতিয়া আবৰে

মুকুতিৰ চিন্তাক

যেতিয়া আবৰে

পুৰণি চিন্তাৰ মকৰা জালে

পুৰণি চিন্তাৰ মকৰা জালে

নতুন পুৰুষে নিয়ে সমাজ গতিক

নতুন পুৰুষে নিয়ে সমাজ গতিক

নতুন নতুন পন্থাৰ ফালে

নতুন নতুন পন্থাৰ ফালে

অগনন উজ্বল ডেকা পুৰুষ

আৰু আশা ভৰা বৃষ্টিৰ গাভৰু

মানব পথত আজি

জিলিকী উথে

সেয়ে মোৰ মৰমৰ

নতুন পুৰুষ

নতুন পুৰুষ      

নতুন পুৰুষ

নতুন পুৰুষ

নতুন পুৰুষ




(ইউনিক'ডীয় ৰূপান্তৰ  দীপা  ডেকা)

No comments: