অনুসন্ধান আকাংক্ষাত

Sunday, September 9, 2012

বিৰাজে কি সাজে প্ৰকৃতিৰে জীয়ৰী







বিৰাজে কি সাজে প্ৰকৃতিৰে জীয়ৰী        

মিলন দেখি হাঁসে সখী নিজকে পাহৰি



শোক তাপ নিৰানন্দৰ আজি পৰিল অন্ত

ৰঙে ৰঙে ভৰিল আজি মনৰে দিগন্ত



শকুন্তলা দুস্মন্তৰে মনত আজি হৰ্ষ

পুত্ৰ ভৰতৰ নামে হল ভাৰতবৰ্ষ



সমাপ্তিম্  ইদম্

অভিজ্ঞানম শকুন্তলম্  নাম নাটকম্




(ইউনিক'ডীয় ৰূপান্তৰ  মালিনী গোস্বামী)

No comments: