অনুসন্ধান আকাংক্ষাত

Saturday, September 8, 2012

পৰহি পুৱাতে তুলুঙা নাৱতে ৰংমন মাছলে’ গ’ল





পৰহি পুৱাতে তুলুঙা নাৱতে

ৰংমন মাছলে

মাছকে মাৰিবলে নেলাগে যাবলে

ধুমুহা আহিবৰ হ

ৰবাত কেনেবাকে ঘঁৰিয়ালে ধৰিব

বৈ যাব তেজৰে ঢল



গধূলিৰে পৰতে বৰহমপুত্ৰৰ মাজতে         

ৰংমন নাইকিয়া হ

হিয়াখনি ভুকুৱাই আকাশলৈ চাই চাই

হদৈ বাউলী হ



ঢৌ যা: গুচি নিশাকে নেওচি

ৰংমনক আনিবৰ হ

ঢৌবোৰে সাৱটি ৰংমনৰ দেহাটি

পাৰতে শুৱাই থৈ গ




(ইউনিক'ডীয় ৰূপান্তৰ  মালিনী গোস্বামী)

No comments: