অনুসন্ধান আকাংক্ষাত

Tuesday, September 4, 2012

জোনাকী পৰুৱাৰ পোহৰে পোহৰে




জোনাকী পৰুৱাৰ পোহৰে পোহৰে 

প্ৰতিভা বৰুৱাই অকলে আগুৱায় |

এখুজি দুখুজি                

লাজুকী গতিৰে


হৰিণাৰ লেখীয়া 

থমকি কিয় ৰয় ?



সিফালৰৰ পৰা সৌ

দিগন্ত ওলালে

প্ৰতিভাৰ আবেগত

সাৱতি ধৰিলে

লাজতে মৰহি যায়



প্ৰতিভা বৰুৱাই আমালৈতো নাচায়

বন্ধু বলা যাওঁ আপোন ঘৰলৈ

কি হব গীটাৰ বজায়

  জোনাকী পৰুৱাৰ

পোহৰে পোহৰে             

দিগন্ত প্ৰতিভা

ৰঙতে আগুৱায় ।


ভূপেন হাজৰিকা আৰু ভাস্কৰ দাসৰ দ্বৈত কন্ঠত । 
(ইউনিক'ডীয় ৰূপান্তৰ - বনজীত্‍ পাঠক )

No comments: