সখি চিত্ৰলেখা
দূৰ
অতীতৰ কিবা
ৰহস্যনো
তুমি
বুজিও
নুবুজি
আছো
বিয়াকুল হৈ
কোন সৌন্দৰ্য্যত হোৱা
জুৰুলি
জুপুৰি
নন্দন
ৰাজ্যৰ তুমি
কলাদেৱীৰূপী
তুমি বিচাৰিছা গৈ ৷
[জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত-কৱিতা]
[ইউনিক’ড ৰূপান্তৰ: দিগন্ত শইকীয়া]
No comments:
Post a Comment