অনুসন্ধান আকাংক্ষাত

Saturday, September 1, 2012

কত জোৱানৰ মৄত্যু হ’ল




কত জোৱানৰ মৄত্যু হ,

কাৰ জীৱ্ন যৌৱ্ন গ,

সেই মৄত্যু অপৰাজেয়,

তেনে মৄতক নহলো মই কিয়...

কত জোৱানৰ মৄত্যু হ|



হেনো হিমালয় ভাৰতৰ প্ৰহৰি !

তাহানি শুনিছিলো কাহিনী,

পিছে মৄত জোৱান সবে চিঞৰিছে,

লাগে চিৰ জাগ্ৰত এটি বাহিনী |



আজি কামেং সীমান্ত দেখিলোঁ,

দেখি শত্ৰুৰ পশুত্ত্ব চিনিলোঁ

আৰু মৄত মৌন শত জোৱানলে

মোৰ অশ্ৰু অঞ্জলি যাচিলোঁ |

কত জোৱানৰ মৄত্যু হ|

কত পিতৄ পুত্ৰহাৰা হ,

কত মাতৄৰ বুকু শুদা হ|

ৰঙা সেন্দুৰ গাৰ মোচা গ,

কাৰ বাসনা অপূৰ্ণ ৰ|



কত জোৱানৰ মৄত্যু হ|



প্ৰতি জোৱান ৰক্তৰে বিন্দু,

ল সাহসৰ অনন্ত সিন্ধু,

এই সাহসৰ দুৰ্জেয় লহৰে

যাচিলে প্ৰতিজ্ঞা জয়ৰে |



আজি কামেং সীমান্ত দেখিলোঁ

দেখি শত্ৰুৰ পশুত্ত্ব চিনিলোঁ

আৰু মৄত মৌন শত জোৱানলে

মোৰ অশ্ৰু অঞ্জলি যাচিলোঁ |



কত জোৱানৰ মৄত্যু হ|

কাৰ জীৱ্ন যৌৱ্ন গ,

সেই মৄত্যু অপৰাজেয়,

তেনে মৄতক নহলো মই কিয়...

কত জোৱানৰ মৄত্যু হ|




(ইউনিকডীয় ৰূপান্তৰ-প্ৰাঞ্জল বড়া)

No comments: