অনুসন্ধান আকাংক্ষাত

Tuesday, September 11, 2012

ৰাধে ক’লা বুলি নুবুলিবি মোক





ৰাধে, ৰাধে

লা নুবুলিবি মোক |




ৰাধে কলা নুবুলিবি মোক,

ৰাধে কলা নুবুলিবি মোক |

কোনোদিনে কোনো কথা

বোলা নাই তোক

ৰাধে কলা নুবুলিবি মোক,

ৰাধে কলা নুবুলিবি মোক |



লা কলা নুবুলিবি গোৱালৰে জী,

বিধিয়ে কৰিছে কলা, মইনো কৰিম কি?

ৰাধে কলা নুবুলিবি মোক,

লা নুবুলিবি মোক |




লা কলা তুলসীৰে, লা কলা পাত,

আইয়ো কলা, বাপো কলা, কলীয়াৰে জাত;

লা কলা তুলসীৰে, লা কলা পাত,

আইয়ো কলা, বাপো কলা, কলীয়াৰে জাত |

গজ  ভাল কলা ৰাধে তাতো মুক্তা জ্বলে,

লা বগাই মিল ৰাধে, আন একো নিমিলে 

ৰাধে কলা নুবুলিবি মোক,

লা নুবুলিবি মোক |




ৰাতিৰ আকাশ কলা ৰাধে,

তাতো চিকন তৰা জ্বলে

জ্ঞানৰ চকু মুদি কোনে,

আকাশ বেয়া বোলে |

ৰাতিৰ আকাশ কলা ৰাধে,

তাতো চিকন তৰা জ্বলে

জ্ঞানৰ চকু মুদি কোনে,

আকাশ বেয়া বোলে |

ৰাধে কলা নুবুলিবি মোক,

কোনোদিনে কোনো কথা

বোলা নাই তোক

ৰাধে কলা নুবুলিবি মোক,       

ৰাধে কলা নুবুলিবি মোক,

ৰাধে কলা নুবুলিবি মোক |




(ইউনিক'ডীয় ৰূপান্তৰ  দীপাংকৰ চেতিয়া)

No comments: