অনুসন্ধান আকাংক্ষাত

Tuesday, September 11, 2012

ষড়যন্ত্ৰ কৰি দেশক পণ্য কৰি





ষড়যন্ত্ৰ কৰি দেশক পণ্য কৰি

বিলাসী জীৱনটি গঢ়িব খোজে           

তাৰ ক্ষমা নাই             

তাৰ ক্ষমা নাই


.....



ওলালো আজি তৰুণ সেনানী          

মুক্ত কৰিমেই দেশ

ওলালো আজি তৰুণ সেনানী

মুক্ত কৰিমেই দেশ

যায় যদি যাওক

সহস্ৰ প্ৰাণ             

গঢ়োতে ধুনীয়া স্বদেশ

যায় যদি যাওক

সহস্ৰ প্ৰাণ

গঢ়োতে ধুনীয়া স্বদেশ           

দুস্কৃতিকাৰীৰ কোনো ক্ষমা নাই

কোনো ক্ষমা নাই



.....



মোৰ দেশ মোৰ মাটি

মোৰেই অধিকাৰ

মোৰ দেশ মোৰ মাটি

মোৰেই অধিকাৰ            

আপোচ বিহীন ম‍ই               

মৃত্য বিজয়ী             

সৈনিক অংগীকাৰ

আপোচ বিহীন ম‍ই

মৃত্য বিজয়ী

সৈনিক অংগীকাৰ        

লুণ্ঠনকাৰীৰ কোনো ক্ষমা নাই

কোনো ক্ষমা নাই


......


কোনে গঢ়িবা দেশ

কাক লাগে স্বাধীনতা       

যুঁজো আহা একেলগে

শক্তি আমাৰ একতাৰ




(ইউনিক'ডীয় ৰূপান্তৰ  দীপা  ডেকা)

No comments: