অনুসন্ধান আকাংক্ষাত

Monday, September 10, 2012

যায় ব্ৰত সংকল্প ভাঙি





যায় ব্ৰত সংকল্প ভাঙি           

মোৰ কণ্ঠত লাগি  গীতৰ ৰাগী         

যায় ব্ৰত সংকল্প ভাঙি

মোৰ কণ্ঠত লাগি  গীতৰ ৰাগী

যায় ব্ৰত সংকল্প ভাঙি                    

পুৱা সন্ধিয়া বেলা পাতিছো গীতৰ মেলা      

সন্ধিয়া বেলা পাতিছো গীতৰ মেলা

খেলিছো সুৰৰ খেলা খেলিছো সুৰৰ খেলা,

ৰজনী জাগি যায় ব্ৰত সংকল্প ভাঙি     

বেলাৰ নাই আহৰি, পুথিৰ পঢ়া পাহৰি

কুৰু বিহৰি, হয় মন যে কাতৰ, নজনা কোন বাটৰ

মন যে কাতৰ, নজনা কোন বাটৰ

কোনোবা ভোলানাথৰ, কোনোবা ভোলানাথৰ

শৰণ মাগি, যায় ব্ৰত সংকল্প ভাগি

মোৰ কণ্ঠত লাগি গীতৰ ৰাগী

যায় ব্ৰত সংকল্প ভাগি|



(ইউনিক'ডীয় ৰূপান্তৰ  বনজীত্‍ পাঠক)

No comments: